Dimpu Baruah : FRESHERS JOB

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Showing posts with label FRESHERS JOB. Show all posts
Showing posts with label FRESHERS JOB. Show all posts

Saturday, April 18, 2020

ভাৰতীয় ৰেলত চাকৰি - অৰ্হতা দশম মান । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । DBRT Railway Job 2020

April 18, 2020 2
ভাৰতীয় ৰেলৰ এন এফ ৰেলৱেৰ অধীনত কিছু খালী পদৰ মুকলি হৈছে । N.F.Railway য়ে জাৰি কৰা এই নিৰ্দেশনাত কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ সংখ্যা- 

১২ টা

শিক্ষাগত অৰ্হতা- 

দশম মান ।

দৰমহা -

১৮ হাজাৰ টকা ।

খালী পদৰ নাম - 

 হস্পিটাল এটেনডেন্ট (Hospital Attendant)

বয়স -

১৮ৰ পৰা ২৫ বছৰ ( SC/ST= ৩০ বছৰ ,OBC= ২৮ বছৰ )

মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

কিদৰে বাচনি কৰা হব- 

ইচ্ছুক প্ৰাৰ্থীসকলক ডাইৰেক্ট ইন্টাৰভিউৰ জৰিয়তে বাচনি কৰা হব । প্ৰাৰ্থীসকলে আমি তলত দিয়া ফৰ্মখন ফিলাপ কৰি দুখন ৰঙীন পাছপৰ্টসহ ইন্টাৰভিউৰ বাবে যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ হৈছে - 

তাৰিখ - ২০/০৪/২০২০ 
সময় - ৰাতিপুৱা ১০ বজা 
স্থান- Divisional Railway Hospital DBRT

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

Read More

Wednesday, June 19, 2019

অসম গ্ৰামীণ বিকাশ বেংকত চাকৰি - ১৭০ টা পদ মুকলি | ASSAM GRAMIN VIKASH BANK 2019 RECRUITMENT

June 19, 2019 1
অসমৰ অতিকে জনপ্ৰিয় গাৱলীয়া বেংক হৈছে অসম গ্ৰামীণ বিকাশ বেংক । অসম গ্ৰামীণ বিকাশ বেংকত চাকৰি কৰাৰ বহুতৰে সপোন থাকে । শেহতীয়াকৈ অসম গ্ৰামীণ বিকাশ বেংকত ১৭০ টা পদ মুকলি হৈছে । কত কিদৰে আৰু কেনেকৈ আবেদন কৰিব সেইয়া আজি আমি আপোনালোকক জনাম ।



খালী হোৱা পদৰ নাম - 

অসম গ্ৰামীণ বিকাশ বেংকত খালী হোৱা পদ দুটা হৈছে -
  1. অফিছ এছিছটেন্ট (OFFICE ASSISTANT) 
  2. এছিছটেন্ট মেনেজাৰ (OFFICER SCALE)


খালী হোৱা পদৰ সংখ্য়া :

সৰ্বমুঠ ১৭০ টা পদ খালী হৈছে । আৰু খালী হোৱা পদসমূহ কাৰ বাবে কিমান সংৰক্ষিত তলত দেখোৱা হৈছে - 

বয়স :

  1. অফিছ এছিছটেন্ট (OFFICE ASSISTANT) - ১৮ ৰ পৰা ৩০ বছৰ
  2. এছিছটেন্ট মেনেজাৰ (OFFICER SCALE) - ১৮ ৰ পৰা ২৮ বছৰ 

দৰমহা -

দৰমহাৰ কথা বিজ্ঞাপনত উল্লেখ নাই যদিও দৰমহা ২০,০০০ ৰ পৰা ৩০,০০০ হব বুলি ধাৰণা কৰিব পাৰি ।

প্ৰয়োজনীয় অৰ্হতা :

আবেদনকাৰীসকল অসমীয়া , বড়ো নাইবা বঙালী ভাষা জনাটো প্ৰয়োজনীয় । লগতে 


  1. অফিছ এছিছটেন্ট (OFFICE ASSISTANT) - যিকোনো গ্ৰডুৱেট (BA/BCOM/BSC/BTECH) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয় ।
  2. এছিছটেন্ট মেনেজাৰ (OFFICER SCALE) - যিকোনো গ্ৰডুৱেট (BA/BCOM/BSC/BTECH) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয় ।

কিদৰে আবেদন কৰিব:

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক আৰু প্ৰয়োজনীয় তাৰিখসমূহ তলত উল্লেখ কৰা হৈছে ।

আবেদন ফিজ:

  • সাধাৰণ শ্ৰেণী / অবিচি - - ৬০০ টকা 
  • বাকী শ্ৰেণী - ১০০ টকা

অনলাইন আবেদনৰ আৰম্ভণী - ১৮ জুন 

অনলাইন আবেদনৰ অন্তিম দিন - ৪ জুলাই । 

পৰীক্ষাৰ দিন - ২১ জুলাইৰ পৰা ২৬ জুলাইৰ ভিতৰত

লগতে পঢ়ক - অসম আৰক্ষীত ২০০০ পদত নিযুক্তি । 



অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক -CLICK HERE

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE

লগতে পঢ়ক - পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া । । 

 

Read More

Friday, May 17, 2019

গুৱাহাটীৰ ICICI বেংকত চাকৰি : ICICI BANK RECRUIMENT GUWAHATI 2019

May 17, 2019 0

গুৱাহাটীৰ ICICI বেংকত চাকৰি : 

ICICI বেংক গুৱাহাটীত শেহতীয়াকৈ মুকলি হৈছে কেইটামান বিশেষ পদ । এই পদ কেইটাৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।


খালী হোৱা পদৰ নাম - 

E Relationship Manager and Phone Banking Officer


সাক্ষাৎকাৰৰ ঠাই আৰু সময়- 

১৯, ২০ আৰু ২১ মে , ২০১৯ সময় পূৱা ৯:৩০ৰ পৰা ১:৩০ লৈ

ইন্টাৰভিউৰ স্থান - 

ICICI Bank, Sonjukta Square 5th Floor, NH-37 Bye Pass, Lokhra Charali, Lokhra Guwahati - 781034 

চাকৰিৰ স্থান - 

Guwahati

অৰ্হতা - 

যিকোনো গ্ৰেডুৱেট নাইবা এমবিএ ডিগ্ৰীধাৰীয়ে আবেদন কৰিব পাৰে । বয়স ৩০ বছৰৰ তলত হোৱাটো বাঞ্চনীয় ।


কিদৰে আবেদন কৰিব-

  • ইচ্ছুক প্ৰাৰ্থীসকলে পোনপ্ৰথমে তলত দিয়া লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব । 
  • পাছত ১৯,২০ আৰু ২১ মেত হবলগীয়া ইন্টাৰভিউৰ দিনা লৈ যোৱা বায়ডাটাত ৰেজিষ্টাৰ কৰি পোৱা Applicant ID টো উল্লখ কৰিব লাগিব । 
  • বায়ডাটাৰ লগতে আন সকলো প্ৰয়োজনীয় নথি পত্ৰ লগত নিব লাগিব ।

ৰেজিষ্টাৰ কৰিবলৈ ক্লিক কৰক - Click Here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

Read More

Thursday, May 16, 2019

ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদ - দশম মান পাছসকলে আবেদন কৰক । DHUBURI COURT RECRUITMENT 2019

May 16, 2019 0

ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদ - দশম মান পাছসকলে আবেদন কৰক :

যিসকল দশম মান উৰ্ত্তীণ আৰু চৰকাৰী চাকৰি এটা বিচাৰি আছে তেঁওলোকৰ বাবে এইটো উপযুক্ত চাকৰি । আমি আজি ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদসমূহত কিদৰে আবেদন কৰিব সেইয়া জনাম ।

 

খালী হোৱা পদৰ নাম :

1.ৰেকৰ্ড এৰেঞ্জাৰ 
খালী পদ - ১ টা
দৰমহা - ১৪,০০০/- পৰা ৬০,৫০০/- টকা লগতে গ্ৰেড পে ৫২০০ টকা
2.প্ৰচেচ চাৰভাৰ 
খালী পদ - ২ টা
দৰমহা - ১৪,০০০/- পৰা ৬০,৫০০/- টকা লগতে গ্ৰেড পে ৫২০০ টকা 


3.পিয়ন 
খালী পদ - ২ টা
দৰমহা - ১৪,০০০/- পৰা ৫২,২০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা
4.চকিদাৰ 
খালী পদ - ১ টা 
দৰমহা - ১৪,০০০/- পৰা ৫২,২০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা

অৰ্হতা:

দশম মান ( 10th পাছ)

বয়স: 

আবেদনকাৰীসকলৰ বয়স ১৮ৰ পৰা ৪৩ বছৰ হব লাগিব ।

কিদৰে আবেদন কৰিব 

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ যাৱতীয় সকলো নথিপত্ৰৰ প্ৰতিলিপি আৰু ৫ টকাৰ ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা উল্লেখিত এটা খাম তথা ৩ কপি পাছপৰ্ট ফটোৰ সৈতে সংলগ্ন কৰা আবেদন তলত দিয়া ঠিকনালৈ ১৪ জুন, ২০১৯ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click here


আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click here

আবেদন পত্ৰ কিদৰে পঠিয়াব : 

আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ আপুনি নিজে গৈ জমা দিব লাগিব । নাইবা আপুনি ডাকযোগে তলৰ ঠিকনাত প্ৰৰণ কৰিব পাৰে কিন্তু ডাকৰ কথা বিজ্ঞাপনত দিয়া হোৱা নাই । ঠিকনাটো হৈছে :
O/O Principal Judge, The Family Court, Dhubri, Ward No. 8, G.T.B. Road, Near 2nd Police point. PO, PS & District- Dhubri, Pin-783301, Assam.

অন্যান্য অৰ্হতা : 

আবেদনকাৰীৰ নাম EMPLOYMENT EXCHANGEত থকাৰ উপৰিও আবেদনকাৰীসকলে যদি HS পাছ কৰিছে তেন্তে আবেদনৰ বাবে যোগ্য় নহব ।

Read More

Tuesday, March 26, 2019

SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ আবেদন আৰম্ভ : How to Apply SCERT DELED Assam

March 26, 2019 0

SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ  আবেদন আৰম্ভ :

ডিএলএডৰ বাবে আবেদন কৰিব বিচৰাসকলৰ বাবে সুখৱৰ । যিসকল শিক্ষকে ডিএলএড অধ্য়য়ন কৰিব বিচাৰিছে তেঁওলোকে SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ বাবে আবেদন জনাব পাৰে । আবেদন কত কিদৰে জনাব সেইয়া আমি আলোচনা কৰিম ।

কি হয়  SCERT DELED :

SCERT, DELED হৈছে দুইবছৰীয়া ডিপ্লমা ডিগ্ৰী । তাৰবাবে প্ৰথমে আপুনি SCERTয়ে পতা PRE ENTRY TEST (PTET-2019)ৰ পৰীক্ষাত বহিব লাগিব আৰু তাৰবাবে অনলাইন আবেদন কৰিব লাগিব । PRE ENTRY TEST (PTET-2019) ত পাছ কৰাৰ পাছতহে আপুনি SCERT, DELEDৰ কৰ্ছত নামভৰ্তী কৰিব লাগিব । পৰীক্ষা ১২ মেত অনুষ্ঠিত হব ।


PRE ENTRY TEST (PTET-2019)ৰ বাবে কিদৰে আবেদন কৰিব:

অৰ্হতা :

FOR LOWER PRIMARY : আবেদনকাৰী প্ৰাৰ্থীসকল অতি কমেও ৫০% নম্বৰ সহ হাইয়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণ হব লাগিব । SC/ST সকলৰ বাবে ৪৫% নম্বৰ থকাটো বাঞ্চনীয় ।

FOR UPPER PRIMARY : আবেদনকাৰী প্ৰাৰ্থীসকল অতি কমেও ৫০% নম্বৰ সহ BA/BSC উৰ্ত্তীণ হব লাগিব । SC/ST সকলৰ বাবে ৪৫% নম্বৰ থকাটো বাঞ্চনীয় ।

বয়স:

১৮ ৰ পৰা ৩৬ বছৰ (ST/SCৰ বাবে ২ বছৰ ৰেহাই ) 

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদন ফিজ : 

আবেদন ফিজ ৩৫০ টকা । আবেদন ফিজ অনলাইন পেমেন্ট কৰিব লাগিব । 

আবেদনৰ আৰম্ভণিৰ দিন - ২২ মাৰ্চ, ২০১৯ 

আবেদনৰ অন্তিম দিন - ১২ এপ্ৰিল, ২০১৯ 

আবেদন কৰিবলৈ ক্লিক কৰক - click here

Read More

Sunday, March 10, 2019

অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয় চাকৰি | LATEST ASSAM JOBS IN DIRECTORATE OF TEA TRIBES WELFARE

March 10, 2019 0

অসম চৰকাৰৰ  চাহ জনজাতি জনকল্যাণ সঞ্চালকালয় চাকৰি  :

অসম চৰকাৰে বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ কল্য়াণৰ বাবে বিভিন্ন ধৰণৰ আচনি লৈ আহিছে । তেনেসময়তে অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়ত কেইটামান পদৰ মুকলি হৈছে যত উপযুক্ত প্ৰাৰ্থীসকলে আবেদন জনাব পাৰিব । কত কেনেকৈ কিদৰে আবেদন জনাব আজি আমি আলোচনা কৰিম ।

খালী হোৱা পদৰ নাম : 

LOWER DIVISION ASSISTANT (নিম্ন সহকাৰী বিষয়া)

দৰমহা - 

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৬২০০ লগতে আন সুবিধাসমূহ


বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)

শিক্ষাগত অৰ্হতা:

১. যিকোনো গ্ৰেডুৱেট BA/BSC/BCOM (GENERALৰ বাবে ৪৫% নম্বৰ প্ৰয়োজন আৰু SC/ST বাবে ৪০% নম্বৰ)
২. কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয় । ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লমাৰ প্ৰয়োজন ।
৩. ৩৮ বছৰ বয়সলৈ গ্ৰডুৱেট হোৱা প্ৰয়োজন ।

আবেদন ফিজ : 

কোনো ধৰণৰ আবেদন ফিজ লোৱা নহয় ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । আবেদনৰ বাবে লিংক তলত দিয়া হৈছে ।

  
আবেদনৰ অন্তিম দিন - ২৮/০৩/২০১৯ 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here  

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

Read More

বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি : PEON JOB AT VIJAYA BANK

March 10, 2019 0

বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি : PEON JOB AT VIJAYA BANK

ভাৰতৰ এক অগ্ৰণী বেংক প্ৰতিষ্ঠান বিজয়া বেংকত পিয়নৰ বাবে পদ মুকলি হৈছে । গুৱাহাটীত হব লগীয়া এই চাকৰিৰ বাবে আবেদন কত কিদৰে কৰিব আমি আপোনালোকক এই লিখনিৰ জৰিয়তে জনাম ।

খালী পদৰ নাম-  

পিয়ন 

খালী হোৱা পদৰ সংখ্য়া-   

৩ টা 

দৰমহা-

Rs.9560-325/4-10860-410/5-12910-490/4-14870-570/3-16580-65/3-18545(20 বছৰ)

বয়স-  

১৮ৰ পৰা ২৬ বছৰ ।( এছটিৰ বাবে ৫ বছৰ অবিচিৰ বাবে ৩ বছৰ)

শিক্ষাগত অৰ্হতা : 

অতি কমেও দশম মান উৰ্ত্তীণ হব লাগিব ।

বাচনি প্ৰক্ৰিয়া : 

উপযুক্ত প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ জৰিয়তে বাচনি কৰা হব ।

আবেদন ফিজ : 

এছচি/এছটি সকলে ৫০ টকা আৰু বাকীসকলে ১৫০ টকা দিব লাগিব ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে ৭ মাৰ্চৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলতে দিয়া হৈছে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -  click here

আবেদন কৰিবৰ বাবে ক্লিক কৰক - click here

Read More

Saturday, March 9, 2019

অসম চৰকাৰৰ Directorate of Information Technology ত চাকৰি (৯ টা পদ খালী) : DIT Assam Recruitment 2019

March 09, 2019 0

অসম চৰকাৰৰ Directorate of Information Technology ত চাকৰি (৯ টা পদ খালী) : 

অসম চৰকাৰ Directorate of Information Technology বিভাগত বিভিন্ন পদৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । কত কেনেকৈ আবেদন জনাব আজি আমি আমাৰ এই লিখনিটোৰ জৰিয়তে আমি আপোনালোকক জনাম ।


খালী পদ:

  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) 
  • কেছিয়াৰ (Cashier)
  • হিচাপৰক্ষক (Accountant)
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)

খালী পদৰ সংখ্য়া :



  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) - ৫ টা 
  • কেছিয়াৰ (Cashier)- ১ টা
  • হিচাপৰক্ষক (Accountant)- ১ টা
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ২ টা

বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)

দৰমহা :

  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) -  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • কেছিয়াৰ (Cashier)-  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • হিচাপৰক্ষক (Accountant)-  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ২২০০০ টকাৰ পৰা ৮৭০০০ টকা

শিক্ষাগত অৰ্হতা -



  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) - ৪৫% মাৰ্কছ সহ BA/BSC/BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%)
  • কেছিয়াৰ (Cashier)-  ৪৫% মাৰ্কছ সহ BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%)
  • হিচাপৰক্ষক (Accountant)- ৪৫% মাৰ্কছ সহ MCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%) 
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ৪৫% মাৰ্কছ সহ BA/BSC/BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%) । লগতে ষ্টেনুগ্ৰাফাৰৰ প্ৰমাণপত্ৰ থকাটো বাঞ্চনীয় ।

কিদৰে আবেদন কৰিব :

ইচ্ছুক প্ৰাৰ্থীসকলে www.ditec.assam.gov.in  ত গৈ অনলাইন আবেদন কৰিব লাগিব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here (২৫ মাৰ্চ)

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

অনলাইন আবেদন মুকলি - ২৫ মাৰ্চ 

অনলাইন আবেদনৰ অন্তিম দিন- ১৭ এপ্ৰিল

Read More

ভাৰতীয় ৰে'লৱেত ১ লাখ ৩০ হাজাৰ পদত নিযুক্তি | RRB RCRUITMENT 2019 , APPLY ONLINE : 130000 POST

March 09, 2019 0

ভাৰতীয় ৰে'লৱে নিগম ব'ৰ্ড RRB Recruitment 2019 – NTPC 130,000 Posts Online Application:

            ভাৰতেৰ ৰেলওয়ে নিয়োগ বোর্ডে সম্প্রতি NTPC, Para Medical Staff  আৰু অন্যান্যৰ 130,000 (এক লাখ ত্ৰিছ হাজাৰ) পদ নিয়োগেৰ বিষয়ে এটি চৰকাৰী বিজ্ঞপ্তি প্রকাশ কৰিছে। এই নিয়োগৰ কাৰণে সকলো যোগ্য আৰু আগ্রহী প্রার্থীসকলৰ পৰা Online আবেদন বিচৰা হৈছে।


RRB Recruitment 2019 সবিশেষ:

1. Non-Technical Popular Categories (NTPC), CEN 01/2019

A. Under Graduate Posts:-  মুঠ পদৰ সংখ্যা :- 10,628 Posts
  • Junior Clerk cum Typist: 4,319 Posts
  • Accounts Clerk cum Typist: 760 Posts
  • Junior Time Keeper: 17 Posts
  • Trains Clerk: 592 Posts
  • Commercial cum Ticket Clerk: 4,940 Posts

শিক্ষাগত অৰ্হতা: HS passed (দ্বাদশ উত্তীৰ্ণ)। 
Age Limit:  1-7-2019 তাৰিখত বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব।
B. Graduate Posts:- মুঠ পদৰ সংখ্যা  24,649 Posts
  • Traffic Assistant: 88 Posts
  • Goods Guard: 5,748 Posts
  • Senior Commercial cum Ticket Clerk: 5,638 Posts
  • Senior Clerk cum Typist: 2,873 Posts
  • Junior Account Assistant cum Typist: 3,164 Posts
  • Senior Time Keeper: 14 Posts
  • Commercial Apprentice: 259 Posts
  • Station Master: 6,865 Posts
শিক্ষাগত অৰ্হতা: BA/B.Com/B.Sc 
Age Limit:  1-7-2019 তাৰিখত বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব।
2. Para Medical Staff, RRB CEN 02/2019
মুঠ পদৰ সংখ্যা: 1937 Posts
  • Dietician: 04 Posts
  • Staff Nurse: 1109 Posts
  • Dental Hygienist: 05 Posts
  • Dialysis Technician: 20 Posts
  • Extension Educator: 11 Posts
  • Health and Malaria Inspector Grade-III: 289 Posts
  • Laboratory Superintendent Grade-III: 25 Posts
  • Optometrist: 06 Posts
  • Perfusionist: 01 Post
  • Physiotherapist: 21 Posts
  • Pharmacist: 277 Posts
  • Radiographer: 61 Posts
  • Speech Therapist: 01 Post
  • ECG Technician: 23 Posts
  • Lady Health visitor: 02 Posts
  • Laboratory Assistant Grade-II: 82 Post

আবেদনৰ ফিচঃ

আবেদনকাৰীসকলে অনলাইন ও অফলাইন দুয়ো পদ্ধতিৰে আবেদনৰ ফিচ জমা দিব পাৰিব। তলত নিৰ্দিষ্টকৈ উল্লেখ কৰা হ'ল-

  • SC/ ST/ PwD/ Ex-S/ Women/ Transgender/ EBC/ Minorities: Rs.250/- (ঘুৰাই দিয়া হ'ব)
  • Others: Rs.500/- (400 টকা ঘুৰাই দিয়া হব )


Important Dates of RRB Recruitment 2019


  • NTPC ৰ অনলাইন এপলিকেশ্বনৰ আৰম্ভণি: 1st মাৰ্চ 2019 from 4 PM
  • Para Medical Staff ৰ অনলাইন এপলিকেশ্বনৰ আৰম্ভণি: 4th মাৰ্চ 2019 from 10 AM
  • Ministerial & Isolated Categories ৰ অনলাইন এপলিকেশ্বনৰ আৰম্ভণি: 8th মাৰ্চ  2019 from 10 AM
  • RRC Level-1 ৰ অনলাইন এপলিকেশ্বনৰ আৰম্ভণি: 12th মাৰ্চ 2019 from 10 AM
  • NTPC ৰ অনলাইন এপলিকেশ্বনৰ অন্তিম তাৰিখ: 12th এপ্ৰিল 2019
  • Para Medical Staff ৰ অনলাইন এপলিকেশ্বনৰ অন্তিম তাৰিখ: 7th এপ্ৰিল 2019
  • Ministerial & Isolated Categories ৰ অনলাইন এপলিকেশ্বনৰ অন্তিম তাৰিখ: 7th এপ্ৰিল 2019
  • Last date of online application (RRC Level-1): updated after official notification.
পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি

Online Application Link (NTPC)Click Here
Online Application Link
(Para Medical Staff)
Click Here
Online Application Link
(Ministerial and Isolated)
Click Here
Online Application Link
(Group D- Level 1)
12-03-2019

Read More

Friday, March 8, 2019

বিটিচি, কোকৰাঝাৰত বিভিন্ন পদ খালী : BTC, Kokrajhar Recruitment 2019 in various post

March 08, 2019 0

বিটিচি, কোকৰাঝাৰত বিভিন্ন পদ খালী :

Department of Industries Commerce and CSB Office, BTC ত খালী হোৱা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীক আবেদন জনাবলৈ জাননী দিয়া হৈছে । কত কেনেকৈ কিদৰে আবেদন জনাব সকলোবোৰ আমাৰ এই লিখনিটোৰ জৰিয়তে জানিব পাৰিব ।


খালী হোৱা পদৰ নাম :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III )
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind))  

খালী হোৱা পদৰ সংখ্য়া :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III )- ১০ টা
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind)) - ৪ টা

শিক্ষাগত অৰ্হতা :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III ): তিনি বছৰীয়া ডিপ্লমা Chemical/Mechanical/Civil/ Textile/Computer/Plastic Processing /Electronics & Instrumentation Engineering / Technology নাইবা MSW or a Degree from recognized University লগতে advanced proficiency Certificate on Computer Applications/ Industrial Management থকাটো বাঞ্চনীয় ।
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind)) : যিকোনো বিষয়ত Graduate হোৱাৰ লগতে Stenographerৰ Diploma/Certificate আৰু টাইপিং ষ্পিড 80 WPM in English হোৱাটো দৰকাৰ ।

আবেদন ফিজ : 

ইচ্চুক প্ৰাৰ্থীসকলে এটা Treasury Challan, Kokrajhar Treasury Office or IPO ত ১৫০ টকা General/OBC/MOBC candidates আৰু Rs.100/-(Rupees one hundred) only for SC/ST কাটিব লাগিব । Treasury Challan টো the Principal Secretary. BTC, Kokrajhar payable at Kokrajhar Treasury Office under the Head of Account-8443 Civil Deposit, Personal Deposit, BTC নামত কাটিব লাগিব । অধিক জানিবৰ বাবে তলত দিয়া সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰি ANNEXURE-1 ত থকা ফৰ্মখন পূৰ কৰি "The Member Secretary, Central Selection Board (CSB), BTC, Post Office Road, Kokrajhar" ঠিকনাত 15-03-2019ৰ ভিতৰত জমা দিব লাগিব । অাবেদন পত্ৰৰ লগত প্ৰয়োজনীয় নথি পত্ৰৰ লগতে এটা self address envelop (size 23cmX 10cm) আৰু postal stamp of Rs.5/- টকাৰ জমা দিব লাগিব ।

Advertisement আৰু আবেদন পত্ৰৰ বাবে - click here


Read More

Thursday, March 7, 2019

ভাৰতীয় খাদ্য নিগমত চাকৰি : FCI Recruitment 2019, Apply Online

March 07, 2019 0

ভাৰতীয় খাদ্য নিগমত চাকৰি:

ভাৰতীয় খাদ্য নিগমত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলৰ পৰা চাকৰিৰ বাবে আবেদন বিচাৰা হৈছে । আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত মুকলি হোৱা আৰু উৰ্ত্তীণ প্ৰাৰ্থীসকলে আবেদন কৰিব পৰা পদসমূহৰ ওপৰত আলোচনা কৰিম ।
FCI RECRUITMENT 2019

খালী হোৱা পদৰ নাম :

ভাৰতীয় খাদ্য নিগমৰ অকল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত মুকলি হোৱা পদসমূহ হৈছে -


  1. Assistant Grade-III (General): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১১২ টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেডুৱেট অৰ্থাৎ BA/BSC/BCOM etc .
  2. Assistant Grade-III (Accounts): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২২  টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে কমাৰ্চ গ্ৰেডুৱেট অৰ্থাৎ BCOM . 
  3. Assistant Grade-III (Depot): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১৩১ টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেডুৱেট অৰ্থাৎ BA/BSC/BCOM etc .

পৰীক্ষা কেন্দ্ৰ : 

  • Phase-I: Dibrugarh, Guwahati, Jorhat, Silchar, Tezpur 
  • Phase-II: Guwahati 
বি.দ্ৰ : যিকোনো এজন প্ৰাৰ্থীয়ে এটা পদৰ বাবেহে আবেদন জনাব পাৰিব । 



কিদৰে আবেদন কৰিব : 

আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদনৰ অন্তিম সময় সীমা ৩০ মাৰ্চ, ২০১৯ । আবেদনৰ মাচুল হৈছে ৫০০ টকা । আবেদনৰ মাচুল অনলাইন পেমেন্ট কৰিব লাগিব ।

বিজ্ঞাপনৰ সবিশেষ : click here

অনলাইন আবেদন কৰক : click here

Read More

অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (Assam Tea Employment Fund Organization)

March 07, 2019 0
অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনি সংগঠন
(Assam Tea Employment Fund Organization)

অসমৰ চাহ বিভাগত পদ খালী- 





খালী পদৰ নাম :

1) Assistant Fund Control Officer. আৰু
2)  Junior Assistant. 

খালী পদৰ সংখ্যা: 
1) Assistant Fund Control Officer: 13 (Thirteen)

2)  Junior Assistant: 20 (Twenty)
ইচ্ছুক প্ৰাৰ্থীসকলে Offline আবেদন কৰিব পাৰিব।



দৰমহা : 
1) Assistant Fund Control Officer:
Pay band= Rs- 22,000 ৰ পৰা 87,000 আৰু 
Grade Pay = 9,700/- আৰু লগতে অন্যান্য ভাত্তা (Allowances) 

2)  Junior Assistant:
Pay band= Rs- 14,000 ৰ পৰা 49,000 আৰু 
Grade Pay = 6,200/- আৰু লগতে অন্যান্য ভাত্তা (Allowances) 

শিক্ষাগত অৰ্হতা : 

1) Assistant Fund Control Officer: 50% ৰ সৈতে স্নাতক হ'ব লাগিব (B.A./B.Com/B.Sc)

2)  Junior Assistant:  স্নাতক হ'ব লাগিব (B.A./B.Com/B.Sc) আৰু লগতে কম্পিউটাৰৰ Diploma / Certificate থাকিব লাগিব। আৰু লগতে কম্পিউটাৰত অসমীয়া টাইপিং জনা হ'ব লাগিব। (Diploma / Certificate in Computer skills with MS Office (MS Word, MS Power Point etc). and knowledge typing in Assamese language.

আৰক্ষণ (Reservation) :  


As per Govt. rules & Board of Trustees norms. 
বয়স:


1) Assistant Fund Control Officer. আৰু 2)  Junior Assistant. দুয়ো ক্ষেত্ৰত বয়সৰ নিম্ন সীমা 21 বছৰ আৰু উচ্চ সীমা 38 বছৰ। বয়সৰ ক্ষেত্ৰত ৰেহাই এনেধৰণৰ-

ক) SC / ST প্ৰাৰ্থীৰ বাবে 5 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 43 বছৰ হ'ব লাগিব।

খ) OBC / MOBC প্ৰাৰ্থীৰ বাবে 3 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 41 বছৰ হ'ব লাগিব। 

গ) শাৰীৰিক ভাৱে অক্ষম প্ৰাৰ্থীৰ বাবে 10 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 48 বছৰ হ'ব লাগিব। এই ব্যৱস্থা Gen / ST / SC / OBC আৰু  MOBC ৰ বাবে প্ৰযোজ্য হ'ব।

প্ৰাৰ্থীৰ নিৰ্বাচন পদ্ধতি হ'ব এনেধৰণৰ (Selection procedure)


1) Assistant Fund Control Officer:
Screening Test : 150 Marks
Written Test (200 Marks) + Viva (50 Marks)
Stage 1: Screening Test: Multiple choice question (150 marks)
Stage 2: Written Test: Descriptive (200 marks) 

Subject to be included in Tests:

a) General studies including current affairs, National and International.
b) General English.
c) Arithmetic.
Stage 3: Viva voice (50 Marks) 

2)  Junior Assistant. 

Stage 1: Written Test: 150 marks.
Multiple choice question (100 marks) + Description type (50 marks) =150 Marks.

Subject to be included in Tests:

a) General studies including current affairs, National and International.
b) General English.
c) Arithmetic.
Stage 2: Computer test (20 Marks) + Viva voice (40 Marks) = 60 Marks  

আৱশ্যকীয় মাপকাঠী (Essential Criteria)


প্ৰাৰ্থীজনৰ নাম ৰাজ্যিক কৰ্মসংস্থাপন অফিচত ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু লগতে অন্যান্য দৰকাৰী নথীসমূহ Self attested কৰি জমা দিব লাগিব।

আবেদন কিদৰে কৰিব :
1) প্ৰতিটো পোষ্টৰ বাবে পৃথককৈ আৱেদন কৰিব লাগিব।
2) প্ৰাৰ্থীৰ 3 কপি (বৰ্তমানৰ) পাচ প'ৰ্ট ছাইজ ফটো কপি জমা দিব লাগিব।
3) বয়সৰ প্ৰমাণ পত্ৰ।
4) কম্পিউটাৰৰ Diploma / Certificate লাগিব (for Junior Assistant)
5) জাতি(cast)ৰ প্ৰমাণ পত্ৰ।
6) Bank Draft on SBI and payable at Dispur favouring Secretary - Cum- P.F. Commissioner, Board of Trustees.
7) One self attested envelope (size 10"X4") pasting with Rs:5/- postal stamp.
8) Employment exchange Registration no.
9) Envelope ৰ ওপৰত 'bold letters' ত Post ৰ নাম লিখি আবেদন(Application)ৰ সৈতে নিম্নোক্ত ঠিকনা লিখি পঠাব লাগিব।
Secretary-Cum-P.F.Commissioner, A.T.E.P.F. Organization, Basisitha, Lalmati, Guwahati-781029.

আবেদন ফিজ : 




1) Assistant Fund Control Officer: Rs: 300/-
(ST/SC ৰ বাবে 100 টকা ৰেহাই অৰ্থাৎ Rs: 200/-)
2)  Junior Assistant.  Rs: 200/-
(ST/SC ৰ বাবে 100 টকা ৰেহাই অৰ্থাৎ Rs: 100/-)
প্ৰয়োজনীয় তাৰিখসমুহ :

আৱেদনৰ অন্তিম তাৰিখ 30/04/2019. উল্লেখযোগ্য যে, নিৰ্দিষ্ট সময়ত যথা স্থানলৈ আবেদনখন গৈ নাপালে গ্ৰহনযোগ্য নহ'ব।

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক -  CLICK HERE
Read More

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close