অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয় চাকৰি | LATEST ASSAM JOBS IN DIRECTORATE OF TEA TRIBES WELFARE - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, March 10, 2019

অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয় চাকৰি | LATEST ASSAM JOBS IN DIRECTORATE OF TEA TRIBES WELFARE

অসম চৰকাৰৰ  চাহ জনজাতি জনকল্যাণ সঞ্চালকালয় চাকৰি  :

অসম চৰকাৰে বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ কল্য়াণৰ বাবে বিভিন্ন ধৰণৰ আচনি লৈ আহিছে । তেনেসময়তে অসম চৰকাৰৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়ত কেইটামান পদৰ মুকলি হৈছে যত উপযুক্ত প্ৰাৰ্থীসকলে আবেদন জনাব পাৰিব । কত কেনেকৈ কিদৰে আবেদন জনাব আজি আমি আলোচনা কৰিম ।

খালী হোৱা পদৰ নাম : 

LOWER DIVISION ASSISTANT (নিম্ন সহকাৰী বিষয়া)

দৰমহা - 

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৬২০০ লগতে আন সুবিধাসমূহ


বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)

শিক্ষাগত অৰ্হতা:

১. যিকোনো গ্ৰেডুৱেট BA/BSC/BCOM (GENERALৰ বাবে ৪৫% নম্বৰ প্ৰয়োজন আৰু SC/ST বাবে ৪০% নম্বৰ)
২. কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয় । ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লমাৰ প্ৰয়োজন ।
৩. ৩৮ বছৰ বয়সলৈ গ্ৰডুৱেট হোৱা প্ৰয়োজন ।

আবেদন ফিজ : 

কোনো ধৰণৰ আবেদন ফিজ লোৱা নহয় ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । আবেদনৰ বাবে লিংক তলত দিয়া হৈছে ।

  
আবেদনৰ অন্তিম দিন - ২৮/০৩/২০১৯ 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here  

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close