অসম চৰকাৰৰ কোৱাৰাইন্টাইন চেন্টাৰত মুকলি চুপাৰভাইজাৰৰ ১৫ টা খালী পদ । অৰ্হতা- অষ্টম মান । সবিশেষ জানিবলৈ ক্লিক কৰক । ASSAM SUPERVISOR JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 19, 2020

অসম চৰকাৰৰ কোৱাৰাইন্টাইন চেন্টাৰত মুকলি চুপাৰভাইজাৰৰ ১৫ টা খালী পদ । অৰ্হতা- অষ্টম মান । সবিশেষ জানিবলৈ ক্লিক কৰক । ASSAM SUPERVISOR JOB 2020

অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত মুকলি চাকৰি

অসম চৰকাৰে স্থাপন কৰা কোৱাৰইন্টান চেন্টাৰসমূহত শেহতীয়াকৈ নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে আৰু পোনপোটিয়াকৈ ইন্টাৰভিউৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । কত কিদৰে কেনেকৈ এই চাকৰি লাভ কৰিব পাৰিব সেইয়া আজি আমি আপোনালোকক জনাম । আমাৰ লিখনিটো সম্পূ্ৰ্ণকৈ পঢ়ক ।


খালী পদ

চুপাৰভাইজাৰ আৰু ক্লিনাৰ । 

আবেদন প্ৰক্ৰিয়া -

অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)

নিযোজক -

ডিচি অফিচ , শোণিতপুৰ (তেজপুৰ)

নূন্যতম শিক্ষাগত অৰ্হতা-

অষ্টম মান (৮ পাছ) । (দশম মান , হাইয়াৰ ছেকেণ্ডেৰী আদি সকলেও আবেদন কৰিব পাৰিব)

খালী পদৰ সংখ্যা -

চুপাৰভাইজাৰ - ১৫ টা আৰু 
ক্লিনাৰ -৫৪ টা

দৰমহা-

চুপাৰভাইজাৰ - ৭৫০ টকা প্ৰতি দিন ( ২২৫০০ টকা মাহত হব )  
আৰু ক্লিনাৰ - ৫০০ টকা প্ৰতি দিন (১৫০০০ টকা মাহত হব)

চাকৰিৰ স্থান -

তেজপুৰ টাউনৰ আশে পাশে থকা কোৱাৰাইন্টাইন চেন্টাৰ ।

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |

আবেদন কিদৰে কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । ইন্টাৰভিউৰ বাবে তলত দিয়া নথিসমূহ নিব লাগিব - 
  1. সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ জেৰক্স । 
  2. বয়সৰ প্ৰমাণপত্ৰ । ঠিকনাৰ প্ৰমাণপোত্ৰ । 
  3. ৩ কপি পাছপৰ্ট চাইজ ফটো । 

ইন্টাৰভিউৰ সবিশেষ -

তাৰিখ - ২০ মে , ২০২০
স্থান-  Conference Halls | Tezpur Municipal Corporation, Mahabhairab, Tezpur, Assam 784001 ।
সময় - ৰাতিপুৱা ১০ বজাৰ পৰা ।
Note - একঘন্টা আগত নিৰ্ধাৰিত স্থানত উপস্থিত হব লাগিব ।
https://www.dimpubaruah.com/2020/05/assam-medical-ward-boy-ward-girl-job.html

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি পিয়নৰ চাকৰি । আজিয়েই কৰক আবেদন ।


চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

  1. Johirul Islam
    C/o. Let. Nurul Islam
    Vill. Barthal Doloigaon
    Ps. Moirabari
    Distic. Morigaon (Assam)
    Pin. No. 782126

    ReplyDelete
  2. Hiralal das.c/o monoronjon das.vill.monoshabari.ps.lumding.distic.hojai(assam)pin.782447

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close