অসমৰ চিকিৎসা সঞ্চলকায়ত ১৫ টা পদত চাকৰি । খালী পদ - ডিটিপি-কম্পিউটাৰ অপাৰেটৰ । DTP COMPUTER OPERATOR JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 21, 2020

অসমৰ চিকিৎসা সঞ্চলকায়ত ১৫ টা পদত চাকৰি । খালী পদ - ডিটিপি-কম্পিউটাৰ অপাৰেটৰ । DTP COMPUTER OPERATOR JOB 2020

অসম চৰকা্ৰৰ স্বাস্থ্য বিভাগত মুকলি হৈছে বহুতো খালী পদৰ চাকৰি । জানিব পৰা মতে ৮ম মানৰ পৰা গ্ৰেডুৱেট লেভেলৰ প্ৰাৰ্থীসকলে এই পদত আবেদন কৰিব পাৰিব । ইতিমধ্যে আমি আপোনালোকক জনাইছো অষ্টম মান, দশম মান আদিৰ বাবে খালী হোৱা পদসমূহৰ বিষয়ে । আজি আমি জনাম একে বিভাগত খালী হোৱা কম্পিউটাৰ অপাৰেটৰ বাবে কিদৰে আবেদন কৰিব ।

খালী পদৰ নাম -


খালী পদ -

১৫ টা ।

দৰমহা -

১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৫৬০০ টকা ।

বয়স -

১৮ৰ পৰা ৩৮ বছৰ পৰ্যন্ত ।  

আবেদনৰ আৰম্ভণী

১২মে ,২০২০ 

আবেদনৰ শেষ দিন

২৭ মে, ২০২০

শিক্ষাগত অৰ্হতা

যিকোনো গ্ৰেডুৱেট লগতে ১ বছৰীয়া কম্পিউটাৰ ডিপ্লমা ।

চাকৰিৰ স্থান


আবেদন ফিজ

নাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।` অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদন কৰোতে নিজৰ ফটো, চহী আৰু ডকুমেন্ট আপলোড কৰিব লাগিব ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close