সাজু অসম চৰকাৰ ! শুকুৰবাৰে ৩ লাখ মানুহক দিব ৭০ কোটি টকা । ASSAM GOVT NEW ANNOUNCEMENT - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 21, 2020

সাজু অসম চৰকাৰ ! শুকুৰবাৰে ৩ লাখ মানুহক দিব ৭০ কোটি টকা । ASSAM GOVT NEW ANNOUNCEMENT

অসম চৰকাৰে শুকুৰবাৰে ৩ লাখ মানুহক দিব ৭০ কোটি টকা 

ৰাজ্যৰ বাহিৰত থকা লোকক চৰকাৰে সহায় কৰিব আগবাঢ়ি আহিছে অসম চৰকাৰ । অসম কেয়াৰছৰ নেতৃত্বত সহায় কৰিব অসম চৰকাৰে। ৩,৬১,১৭০ লোকক ২ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিছে। শুকুৰবাৰৰ ভিতৰত তেওঁলোকক দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰা হ’ব ২ হাজাৰকৈ টকা।ইতিমধ্যে ৭০ কোটি টকা প্ৰদান কৰিছে চৰকাৰে।

পুনৰ শুকুৰবাৰে প্ৰদান কৰিব ৭০ কোটি টকা। 

ইফালে অসমৰ কোনো  লোক আহিলেও বাধা নাই বুলি মন্তব্য কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।অসমত কোৱাৰেন্টাইন কৰাত অসুবিধা হ’ব বাবে কিছু পলমকৈ পৰাপক্ষতনাহিবলৈ আহ্বান জনাইছে  হিমন্ত বিশ্ব শৰ্মাই ।
ইয়াৰোপৰিও চিকিৎসাৰ বাবে গৈ বাহিৰত থকা লোকক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে। বাহিৰত থকা কোনো লোকৰ যদি একাউন্ট নম্বৰ চৰকাৰে পোৱা নাছিল তেওঁলোকৰ পৰিয়ালৰ লোকেও চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।বিধায়ক বা উপায়ুক্ত সকলেও একাউন্টৰ তথ্য চৰকাৰক দিব পাৰিব।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close