অসম আৰক্ষীত ২০০০ পদত নিযুক্তি । পিয়ন, অপাৰেটৰ, এছিছটেন্ট আদি পদত চাকৰি । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 14, 2019

অসম আৰক্ষীত ২০০০ পদত নিযুক্তি । পিয়ন, অপাৰেটৰ, এছিছটেন্ট আদি পদত চাকৰি ।

পোনপ্ৰথম বাৰৰ বাবে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডৰ অন্তৰ্গত বিদেশী ন্য়াধিকৰণৰ অসমৰ চৰকাৰৰ অধীনত বিভিন্ন পদৰ বাবে চাকৰিৰ আবেদন বিচাৰি বিজ্ঞাপন বিচাৰা হৈছে । মুকলি হোৱা ২০০০ পদৰ ৮ মানৰ পৰা গ্ৰেডুৱেট লৈ সকলোৱে আবেদন কৰিব পাৰিব । কত কিদৰে আবেদন কৰিব সেই বিষয়ে আমি আপোনালোকক জনাম । আবেদন কৰিবলৈ যিকোনো সহায়ৰ বাবে আমাৰ ফেচবুক পেজত মেছেজ কৰিব পাৰে ।

কি কি পদ মুকলি হৈছে :

অসম আৰক্ষীৰ নিযুক্তি বৰ্ডৰ অন্তৰ্গত বিভিন্ন পদসমূহ হৈছে - অফিচ পিয়ন, ডাটা এন্ট্ৰি অপাৰেটৰ, টাইপিষ্ট, এছিচটেন্ট, চকিদাৰ আদি । সকলো পদৰ বিষদ বিৱৰণ আমি তলত উল্লেখ কৰিম 



পদৰ নামঃ অফিচ পিয়ন
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ
অতিৰিক্ত অৰ্হতাঃ Physical Test 
দৰমহাঃ ৯,০০০ টকা 

পদৰ নামঃ লৱাৰ ডিভিজন এছিটেন্ট
পদৰ সংখ্যাঃ ২০০ টা শিক্ষাগত 
অৰ্হতাঃ যিকোনো শাখাত স্নাতক (BA/BSC/BCOM/BTECH)
অতিৰিক্ত অৰ্হতাঃ কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজনীয়
দৰমহাঃ ৩০,০০০ টকা

পদৰ নামঃ চকিদাৰ
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ 
অতিৰিক্ত অৰ্হতাঃ Physical Test 
দৰমহাঃ ৯,০০০ টকা

পদৰ নামঃ বেন্স এছিটেন্ট
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক (BA/BSC/BCOM/BTECH)
অতিৰিক্ত অৰ্হতাঃ কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজনীয়


দৰমহাঃ ৩০,০০০ টকা 

পদৰ নামঃ টাইপিষ্ট
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক (BA/BSC/BCOM/BTECH)
অতিৰিক্ত অৰ্হতাঃ কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজনীয়
দৰমহাঃ ৩০,০০০ টকা

পদৰ নামঃ ডাটা এন্ট্ৰি অপাৰেটৰ
পদৰ সংখ্যাঃ ৪০০ টা 
শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্য়মিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ (HS PASS)
অতিৰিক্ত অৰ্হতাঃ কম্পিউটাৰৰ জ্ঞান থকাটো প্ৰয়োজনীয়
দৰমহাঃ ১০,০০০ টকা 

পদৰ নামঃ কপিষ্ট
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্য়মিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ (HS PASS)
অতিৰিক্ত অৰ্হতাঃ অসমীয়া আৰু ইংৰাজী ভাষাৰ পৰীক্ষাত উৰ্ত্তীণ হব লাগিব ।
দৰমহাঃ ৯,০০০ টকা ।




পদৰ নামঃ UDA Cum Accountant 
পদৰ সংখ্যাঃ ২০০ টা শিক্ষাগত 
অৰ্হতাঃ বাণিজ্য শাখাত স্নাতক 
অতিৰিক্ত অৰ্হতাঃ একাউন্টিঙৰ ক্ষেত্ৰত ছমাহ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 
দৰমহাঃ ৩৫,০০০ টকা ।

পদৰ নামঃ Stenographer Gr. III 
পদৰ সংখ্যাঃ ২০০ টা 
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক 
অতিৰিক্ত অৰ্হতাঃ আই টি আই, পলিটেকনিক বা যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ষ্টেনগ্ৰাফী ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব। 
দৰমহাঃ ৩৫,০০০ টকা ।
(বিঃদ্ৰঃ ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ব্যক্তিসকলে পিয়ন আৰু চকিদাৰৰ পদৰ বাবে আবেদন কৰিব নোৱাৰিব।)

বয়স:

সাধাৰণ শ্ৰেণীৰ বাবে ১৮ বছৰৰ পৰা ৩৮ বছৰ। অবিচি আৰু এম অ বি চিৰ বাবে ১৮ বছৰৰ পৰা ৪১ বছৰ। এছ চি, এছ টি (ভৈয়াম) আৰু এছ টি (পাহাৰ)ৰ বাবে ১৮ বছৰৰ পৰা ৪৩ বছৰ । 



সংৰক্ষিত আসনঃ

অবিচি-এম অ বি চিৰ বাবে ২৭ শতাংশ, এছ চিৰ বাবে ৭ শতাংশ, এছ টি (ভৈয়াম)ৰ বাবে ১০ শতাংশ আৰু এছ টি (পাহাৰ)ৰ বাবে ৫ শতাংশ।

কিদৰে আবেদন কৰিব:

ইচ্ছুক আবেদনকাৰীসকলে অনলাইনযোগে আবেদন কৰিব লাগিব। ৱেবূছাইট দুটা হল police.assam,gov.in আৰু slprbassam.in । আবেদন কৰিবলৈ যিকোনো সহায়ৰ বাবে আমাৰ ফেচবুক পেজত মেছেজ কৰিব পাৰে । ইয়াৰোপৰিও আবেদন সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে 7636071991 ত WHATSAPP কৰিব পাৰে ।

লগতে পঢ়ক - পষ্ট অফিচৰ এডমিট কাৰ্ড মুকলি । চাওক আপোনাৰ পৰীক্ষা কেতিয়া । । 


আৱেদন কৰিবলৈ কি কি আৱশ্য়ক হব : 

১) পাছপৰ্ট চাইজৰ ফটো আৰু চহী । ( মোবাইল দি তোলা ফটো গ্ৰহণযোগ্য় নহব )
২) মেট্ৰিকৰ এডমিট কাৰ্ড ।
৩) পিয়ন আৰু চকিদাৰৰ পদৰ বাবে জন্মৰ প্ৰমাণপত্ৰ লাগিব ।
৪) আপুনি আবেদন কৰিব বিচাৰা পদৰ নিম্নতম অৰ্হতাৰ প্ৰমাণপত্ৰ ।
৫) কাষ্ট চাৰ্টিফিকেট ।
৬) কম্পূিউটাৰৰ প্ৰমাণপত্ৰ ।

লগতে পঢ়ক - মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা



বিজ্ঞাপনৰ পঢ়িবলৈ ক্লিক কৰক - Click Here

আবেদন কৰিবলৈ ক্লিক কৰক - Click Here (১৫ জুন তাৰিখৰ পৰা আৰম্ভ)

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close