শেহতীয়াকৈ অসমৰ এখন আদালতত মুকলি হৈছে পিয়নৰ কেইবাটাও খালী পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া -
অফলাইন ।
ইন্টাৰভিউ প্ৰক্ৰিয়া -
ডাইৰেক্ট ।প্ৰাৰ্থীসকলক ইন্টাৰভিউৰ বাবে SMS যোগে জনোৱা হব ।খালী পদৰ নাম -
পিয়ন
খালী পদৰ সংখ্যা-
৭ টা
দৰমহা-
Rs. 12000-52000/- + G.P. Rs. 1900/-
শিক্ষাগত অৰ্হতা -
ক্লাছ ৮ পাছ ( দশম মান পাছ কৰা সকলেও কৰিব পাৰিব আবেদন )
লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।
বয়স-
১৮ ৰ পৰা ৩৮ বছৰ ।
চাকৰিৰ স্থান -
Chief Judicial Magistrate, Sonitpur
লগতে পঢ়ক- অসম চৰকাৰৰ ৫০ টা ড্ৰাইভাৰ পদৰ চাকৰি মুকলি ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব । অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব । প্ৰাৰ্থীসকলে মোবাইল নম্বৰ দিয়াটো অনিবাৰ্য ।
- শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ
- বয়সৰ প্ৰমাণপত্ৰ
- এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
- জাতিগত প্ৰমাণপত্ৰ(যদি আছে)।
8011592345 call me I m redy
ReplyDeleteSri Ritu pon bor boruah
ReplyDeleteEi addres tut dag juge pothabo lagibo ne
ReplyDelete8073204205 call me please i am very interested this job
ReplyDelete6001012185 I'm interested
ReplyDeleteMy mobile number 8638758834
ReplyDelete