Dimpu Baruah : DC OFFICE JOB

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Showing posts with label DC OFFICE JOB. Show all posts
Showing posts with label DC OFFICE JOB. Show all posts

Tuesday, September 8, 2020

লক্ষীমপুৰ জিলাৰ ডিচি অফিচত মুকলি ১২ টা পদত চাকৰি । দৰমহা হব ১৫ হাজাৰ । কিদৰে কৰিব আবেদন চাওক । Lakhimpur DC Office Jobs 2020

September 08, 2020 0
লক্ষীমপুৰ জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২ টা  অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Lakhimpur DC Office Jobs 2020
Lakhimpur DC Office Jobs 2020

আবেদন প্ৰক্ৰিয়া - 

অনলাইন ।  

পদৰ সংখ্যা - 

১২ টা

অনলাইন আবেদন আৰম্ভণী- 

১০ চেপ্তেম্বৰ, ২০২০

আবেদনৰ অন্তিম তাৰিখ-

৩০ চেপ্তেম্বৰ, ২০২০

অনলাইন লিখিত পৰীক্ষাৰ দিন- 

৮ নভেম্বৰ, ২০২০

পদৰ নাম- 

অৰুণোদয় সহায়ক 

বয়স -  

১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা- 

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । 

আবেদন মাচুল- 

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে ৩০ চেপ্তেম্বৰ, ২০২০ ৰ ভিতৰত তলত দিয়া লিংকত ক্লিক কৰি অনলাইন আবেদন কৰিব লাগিব । অধিক খৱৰৰ বাবে প্ৰাৰ্থীসকলে নিয়মিতভাৱে https://niyukti.assam.gov.in/delakhimpur ৱেৱচাইট চাই থাকিব লাগিব ।


চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্মইয়াত ক্লিক কৰক(10th Sept, 2020)
Read More

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close