পুনৰ অসম চৰকাৰৰ কোৱাৰাইন্টাইন চেন্টাৰত মুকলি ৬৯ টা পদত চাকৰি । নূন্যতম অৰ্হতা-অষ্টম মান । অহাকালি ইন্টাৰভিউ । । ASSAM COVID-19 JOB - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 19, 2020

পুনৰ অসম চৰকাৰৰ কোৱাৰাইন্টাইন চেন্টাৰত মুকলি ৬৯ টা পদত চাকৰি । নূন্যতম অৰ্হতা-অষ্টম মান । অহাকালি ইন্টাৰভিউ । । ASSAM COVID-19 JOB

অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত মুকলি ৬৯ টা পদত  চাকৰি

অসম চৰকাৰে স্থাপন কৰা কোৱাৰইন্টান চেন্টাৰসমূহত শেহতীয়াকৈ নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে আৰু পোনপোটিয়াকৈ ইন্টাৰভিউৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । কত কিদৰে কেনেকৈ এই চাকৰি লাভ কৰিব পাৰিব সেইয়া আজি আমি আপোনালোকক জনাম । আমাৰ লিখনিটো সম্পূ্ৰ্ণকৈ পঢ়ক ।


খালী পদ

চুপাৰভাইজাৰ আৰু ক্লিনাৰ । 

আবেদন প্ৰক্ৰিয়া -

অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)

নিযোজক -

ডিচি অফিচ , শোণিতপুৰ (তেজপুৰ)

নূন্যতম শিক্ষাগত অৰ্হতা-

অষ্টম মান (৮ পাছ) । (দশম মান , হাইয়াৰ ছেকেণ্ডেৰী আদি সকলেও আবেদন কৰিব পাৰিব)

খালী পদৰ সংখ্যা -

চুপাৰভাইজাৰ - ১৫ টা আৰু 
ক্লিনাৰ -৫৪ টা

দৰমহা-

চুপাৰভাইজাৰ - ৭৫০ টকা প্ৰতি দিন ( ২২৫০০ টকা মাহত হব )  
আৰু ক্লিনাৰ - ৫০০ টকা প্ৰতি দিন (১৫০০০ টকা মাহত হব)

চাকৰিৰ স্থান -

তেজপুৰ টাউনৰ আশে পাশে থকা কোৱাৰাইন্টাইন চেন্টাৰ ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ৰিচিপষ্টনিষ্টৰ পদ ।

আবেদন কিদৰে কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । ইন্টাৰভিউৰ বাবে তলত দিয়া নথিসমূহ নিব লাগিব - 
  1. সকলো শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ জেৰক্স । 
  2. বয়সৰ প্ৰমাণপত্ৰ । ঠিকনাৰ প্ৰমাণপোত্ৰ । 
  3. ৩ কপি পাছপৰ্ট চাইজ ফটো । 

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |

ইন্টাৰভিউৰ সবিশেষ -

তাৰিখ - ২০ মে , ২০২০
স্থান-  Conference Halls | Tezpur Municipal Corporation, Mahabhairab, Tezpur, Assam 784001 ।
সময় - ৰাতিপুৱা ১০ বজাৰ পৰা ।
Note - একঘন্টা আগত নিৰ্ধাৰিত স্থানত উপস্থিত হব লাগিব ।
https://www.dimpubaruah.com/2020/05/assam-medical-ward-boy-ward-girl-job.html

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান ।


চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

17 comments:

  1. I can gave me a this job, I am 12 pass, or 5 year experience Pharma Ltd. Technician to sun Pharma Ltd or macleods Pharmaceuticals Limited.

    ReplyDelete
  2. Mur ghr demow mur Mon asil koribole pise jam keneke

    ReplyDelete
  3. মই দশম পাছ বয়স 25 বছৰ কিবা উপায় আছে নি

    ReplyDelete
  4. 8486104385 12 pass help me zri

    ReplyDelete
  5. Sir ami 10.pass kuno line takle amake call diba 9967763117
    9101139090

    ReplyDelete
  6. 12.pass contact Nambar 6901988462

    ReplyDelete
  7. 12.pass contact Nambar 6901988462

    ReplyDelete
  8. Eman dur keneke jaam...I'm from nalbari DIST

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close