হিমন্তৰ ঘোষণা - ১২ জানুৱাৰীত ২ লাখ নিবনুৱাই লাভ কৰিব ৫০ হাজাৰ টকা । Unemployed youth of Assam to get Rs 50,000 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, December 25, 2020

হিমন্তৰ ঘোষণা - ১২ জানুৱাৰীত ২ লাখ নিবনুৱাই লাভ কৰিব ৫০ হাজাৰ টকা । Unemployed youth of Assam to get Rs 50,000

 ১২ জানুৱাৰীত ২ লাখ নিবনুৱাই লাভ কৰিব ৫০ হাজাৰ টকা

নিৰ্বাচন অহাৰ আগে আগে তৎপৰ হৈ উঠিছে শাসনাধিস্থ বিজেপি দল । ১২ জানুৱাৰীত অসমৰ নিবনুৱা যুৱক–যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰকৈ টকা। এই কথা ঘোষণা কৰে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Unemployed youth of Assam to get Rs 50,000

সকলোৱে জানো যে কিছুদিন আগতে স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাৰ অনুদান দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল। আৰু এই আচনিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়াও চলিছিল ।
ইয়াৰ পাছতেই বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহকত ১২ জানুৱাৰীত অসমৰ নিবনুৱা যুৱক–যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও এটি ভাল খবৰ দিয়ে । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। মনকৰিব লগীয়া এই যে প্ৰতিবছৰে চাহ শ্ৰমিকে লাভ কৰিব লাভ কৰিব এই অনুদান।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close