ইন্ডিয়ান আৰ্মিত নিযুক্তি ৰেলী 2021 । অষ্টম মানৰ পৰা । হোজাই, বিশ্বনাথ, নগাওঁ, শোণিতপুৰ আৰু মৰিগাওঁ । Indian Army Jobs Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, December 25, 2020

ইন্ডিয়ান আৰ্মিত নিযুক্তি ৰেলী 2021 । অষ্টম মানৰ পৰা । হোজাই, বিশ্বনাথ, নগাওঁ, শোণিতপুৰ আৰু মৰিগাওঁ । Indian Army Jobs Assam

সেনা নিয়োগ কাৰ্য্যালয় (এআৰও), শ্বিলংয়ে শেহতীয়াকৈ  হোজাই, বিশ্বনাথ, নগাওঁ, শোণিতপুৰ আৰু মৰিগাওঁ জিলাৰ বাবে মৰিয়নিত 06 ফেব্ৰুৱাৰী 2021 ৰ পৰা 25 ফেব্ৰুৱাৰী 2021 তাৰিখলৈ ভাৰতীয় সেনা নিযুক্তি ৰেলী 2021ৰ আনুষ্ঠানিক বিজ্ঞাপন জাৰি কৰিছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াৰ বাবে অনলাইন পঞ্জীয়ন কৰিব লাগিব। সবিশেষ জানিবলৈ আমাৰফ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
Indian Army Jobs Assam

পদসমূহৰ নাম

1. Soldier General Duty (All Arms)
2. Soldier Technical
3. Soldier Tradesman (All Arms) 10th Pass
4. Soldier Tradesman (All Arms) 8th Pass 
জিলা - হোজাই, বিশ্বনাথ, নগাওঁ, শোণিতপুৰ আৰু মৰিগাওঁ
নিযুক্তী ৰেলীৰ তাৰিখ - 06 ফেব্ৰুৱাৰী 2021 ৰ পৰা 25 ফেব্ৰুৱাৰী 2021
স্থান - মৰিয়নি, যোৰহাট

যোগ্যতাৰ চৰ্ত

১) Soldier General Duty (All Arms)

বয়স: জন্ম 01 অক্টোবৰ 1999 ৰ পৰা 01 এপ্ৰিল 2003 ৰ ভিতৰত
। 
 শিক্ষাগত অৰ্হতা: শ্ৰেণী 10 /মেট্ৰিক পাছৰ মুঠ 45% নম্বৰ আৰু প্ৰতিটো বিষয়ত 33% নম্বৰ থাকিব লাগিব ।

২) Soldier Technical

বয়স: জন্ম 01 অক্টোবৰ 1997 ৰ পৰা 01 এপ্ৰিল 2003 ৰ ভিতৰত
শিক্ষাগত অৰ্হতা: 
10+2 / হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু ইংৰাজীত মুঠ 50% নম্বৰ আৰু প্ৰতিটো বিষয়ত 40% নম্বৰ থাকিব লাগিব ।

৩) Soldier Tradesman (All Arms) 10th Pass


বয়স: জন্ম 01 অক্টোবৰ 1997 ৰ পৰা 01 এপ্ৰিল 2003 ৰ ভিতৰত
শিক্ষাগত অৰ্হতা: 
(১) শ্ৰেণী 10ম মান পাছ।
(২) মুঠ শতাংশত কোনো চৰ্ত নাই কিন্তু প্ৰতিটো বিষয়ত অতিকমেও 33% মিনিট অৰ্জন কৰিব লাগে।

৪)  Soldier Tradesman (All Arms) 8th Pass

বয়স: জন্ম 01 অক্টোবৰ 1997 ৰ পৰা 01 এপ্ৰিল 2003 ৰ ভিতৰত
শিক্ষাগত অৰ্হতা:
(
) শ্ৰেণী অষ্টম মান পাছ (চিচে, হাউচ কীপাৰ আৰু মেছ কীপাৰৰ বাবে)।
(২) মুঠ শতাংশত কোনো চৰ্ত নাই কিন্তু প্ৰতিটো বিষয়ত অতি কমেও 33% অৰ্জন কৰিব লাগে। 

সেনা নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব- 

  • অনলাইন পঞ্জীয়ন বাধ্যতামূলক আৰু 25 ডিচেম্বৰ 2020 ৰ পৰা 23 জানুৱাৰী 2021লৈ অনলাইন আবেদন গ্ৰহণ কৰা হব ।
  • এডমিট কাৰ্ড সমূহ ২৪ জানুৱাৰী ২০২১ৰ পৰা ৩০ জানুৱাৰী ২০২১ৰ ভিতৰত প্ৰাৰ্থীৰ পঞ্জীভুক্ত ই-মেইললৈ প্ৰেৰণ কৰা হ'ব।
  • প্ৰাৰ্থীসকলে এডমিট কাৰ্ডত উল্লেখ কৰা তাৰিখ আৰু সময়ৰ ওপৰত স্থানত প্ৰাৰ্থীসকল উপনীত হ'ব লাগিব ।

ইন্ডিয়ান আৰ্মিৰ নিযুক্তি ৰেলীৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ

অনলাইন পঞ্জীয়নঃ ২৫ ডিচেম্বৰ 2020 ৰ পৰা 23 জানুৱাৰী 2021লৈ।
এডমিট কাৰ্ড উপলব্ধ: 24 জানুৱাৰী 2021 ৰ পৰা 5 ফেব্ৰুৱাৰী 2021লৈ।
ভাৰতীয় সেনা নিযুক্তি ৰেইলৰ 

গুৰুত্বপূৰ্ণ ৱেব লিংক

অনলাইন পঞ্জীয়ন: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/Indian-Army-Jobs-Assam.html

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close