অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত কিছুদিন আগতে মুকলি হৈছিল কেইবাটাও ফৰ্থ গ্ৰেডৰ চাকৰি । যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আবেদন প্ৰক্ৰিয়া হব অনলাইন । ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া হৈ গৈছিল । কিন্তু সকলে বয়সৰ উচ্চ সীমাৰ বাবে আবেদন কৰিব পৰা নাছিল তেঁওলোকে এতিয়া আবেদন কৰিব পাৰিব । নতুনকৈ বয়সৰ উচ্চসীমা নিৰ্ধাৰণ কৰা হৈছে । আজি আমি আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব ।
![]() |
Fourth grade Jobs in Assam 2020 |
খালী হোৱা পদৰ নাম -
গ্ৰড ফৰ ।
চাকৰিৰ স্থান -
তিনচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি ।
লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।
খালী হোৱা পদৰ সংখ্য়া -
৫৫ টা
শিক্ষাগত অৰ্হতা -
৮ম মান উৰ্ত্তীণ ।
খালী পদৰ নাম -
খালী পদৰ নামসমূহ হৈছে -
- অফিচ বিয়াৰাৰ
- পিয়ন
- মালি
- চকিদাৰ
- ৱৰ্কচপ ৱৰ্কাৰ
বয়স -
১৮ ৰ পৰা ৪০ বছৰ। অবিচিৰ বাবে ৪৩ বছৰ আৰু এছচি এছটিৰ বাবে ৪৫ বছৰ আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে ৫০ বছৰ ধৰা হৈছে । এতিয়া অকল বয়সৰ উচ্চসীমা সকলেহে আবেদন কৰিব পাৰিব ।আবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।কিদৰে নিৰ্বাচন কৰা হব-
আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।
আবেদনৰ আৰম্ভণী দিন -
১ চেপ্তেম্বৰ , ২০২০ ।
দৰমহা -
১২০০০-৫২০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা ।কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
আবেদন আৰম্ভ হব ১ চেপ্তেম্বৰ , ২০২০ ৰ পৰা । সবিশেষ জানিবলৈ আমাক ফেচবুকত মেছেজ কৰক । মেছেজ কৰিবলৈ ইয়াত ক্লিক কৰক ।মনত ৰাখিব আগতে যিসকলে বয়সৰ উচ্চ সীমাৰ বাবে আবেদন কৰিব পৰা নাছিল তেওঁলোকে আবেদন কৰিব পাৰিব।
SANJIB DHAR
ReplyDeleteP.o. Hanchara
P.S. Bijni
Dist. Chirang
Pin 783390
Rajesh Khahar po pengaree dist Tinsukia pin 786174
ReplyDeletePradip mandal
ReplyDeletep.o.karatipam
P.s.mayong
Dist.morigaon
Pin.782105
Rokibul Hussain
ReplyDeleteP.o. mahtoli
PS Boko
District kamrup
Pin 781136
S miti gogoi
ReplyDeletePo Mermukh
PS lakhimpu
Pin 784164
Nabadeep Gogoi
ReplyDeleteMilontirtho
PO Rupaisiding
Pin 786153
9954593193
Employment exchange number2 a nai jatayator oxubida..
ReplyDeleteSanjib kumar das
ReplyDeletePathsala
Barpeta
Pin 781325
8486516319
Akhim Chetia
ReplyDeletePO DAYACHari ali
Pin 785701
PS Sivasgear
Babul Mahanta
ReplyDeleteVll Khagrabari
P.o Kalpani bozar 781315
P.s Gobardhana