অসম চৰকাৰ জেইল ৱাৰ্ডেনৰ ১৭৩ টা পদ মুকলি । অৰ্হতা - অষ্টম মান । ক্লিক কৰি আবেদন কৰক লগতে শ্বেয়াৰ কৰক । JAIL WARDEN JOB IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 3, 2020

অসম চৰকাৰ জেইল ৱাৰ্ডেনৰ ১৭৩ টা পদ মুকলি । অৰ্হতা - অষ্টম মান । ক্লিক কৰি আবেদন কৰক লগতে শ্বেয়াৰ কৰক । JAIL WARDEN JOB IN ASSAM 2020

অসম চৰকাৰৰ অধীনত জেইলসমূহত মুকলি হৈছে জেইল ৱাৰ্ডেনৰ পদ । অতি সহজেই অনলাইন আপুনি আবেদন কৰিব পাৰিব । কিদৰে আবেদন কৰিব আৰু কি কি ডকুমেন্টৰ প্ৰয়োজন হব সকলো জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ নাম

জেইল ৱাৰ্ডেন

চাকৰিৰ স্থান

অসমৰ বিভিন্ন কাৰাগাৰ ।

মুকলি পদৰ সংখ্য়া

১৭৩ টা
  • Unreserved: 155 Posts 
  • OBC/ MOBC: 05 Posts 
  • ST (H): 08 Posts 
  • ST (P): 05 Posts

ডিপাৰমেন্টৰ নাম

জেইল ডিপাৰ্টমেন্ট, অসম

শিক্ষাগত অৰ্হতা

  • মেট্ৰিক পাছ । মহিলাসকলে ৮ম মান পাছ হলেও আবেদন কৰিব পাৰিব ।
  • লগতে চাইকেল জানিব লাগিব  ।

দৰমহা -  

বয়স

১৮ৰ পৰা ৩৮ বছৰ বয়সলৈ আবেদন কৰিব পাৰিব ।


কিদৰে আবেদন কৰিব -  

  • ইচ্চুক প্ৰাৰ্থীসকলে তলত দিয়া অনলাইন আবেদনৰ লিংকত ক্লিক কৰক । 
  • পৰীক্ষাৰ্থীয়ে মান্য মবাইল নম্বৰ ব্যৱহাৰ কৰিব লাগিব । কিয়নো OTP পোৱাৰ পিছত সেইটো মবাইল নম্বৰ প্ৰমাণিত কৰা হব । 
  • আবেদন কৰা সময়ত Refresh/Reload আদিৰ কাৰ্য্য নকৰিব । 
  • ফটোৰ আকৃতি JPG হব লাগিব (15KB-50KB) 
  • চহী কৰি দিয়া ফটো খন JPG আকৃতিৰ হব লাগিব (4KB-20KB) 
  • HSLC কপি এটা JPG আকৃতিৰ আপলোড কৰিব লাগিব (80KB-100KB) 
  • OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (80KB-100KB)
  • আবেদন সম্পূৰ্ণ কৰণৰ আগত আবেদনকাৰীয়ে সম্পাদনাৰ বাবে আবেদন পুনৰীক্ষণ (Review) কৰিব পাৰিব। 
  • সম্পূৰ্ণ কৰণৰ পিছত ইচ্ছা কৰিলে সলাব নোৱাৰিব । 
  • আবেদন সম্পূৰ্ণ কৰণৰ পিছত আবেদন কাৰীৰ সম্পূৰ্ণ তথ্য আৰু আবেদনৰ প্ৰমাণ (Application ID), সংলগ্ন কৰা পত্ৰ (Acknowledgement) মুদ্ৰণ কৰিব পাৰিব । 
  • এই আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো মাচুল প্ৰদান কৰিব নালাগে।
  • আপোনাৰ সকলো প্ৰয়োজনীয় তথ্য় দি অনলাইন ফৰ্ম খন ফিলাপ কৰক । 
  • আপোনাৰ ফটো, চহীৰ লগতে অন্য়ান্য় নথিবোৰ আপলোড কৰক ।

লগতে পঢ়ক - Swiggyত Delivery Executives হিচাপে কাম কৰি উপাৰ্জন কৰক মাহত ৩০ হাজাৰ টকালৈ ।

আবেদন আৰম্ভ হব ৫ মাৰ্চ, ২০২০ ৰ পৰা । সবিশেষ জানিবলৈ আমাক ফেচবুকত মেছেজ কৰক । মেছেজ কৰিবলৈ ইয়াত ক্লিক কৰক

আবেদনৰ অন্তিম দিন -

২৫ মাৰ্চ, 2020

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close