আজিৰ বাজেটত হিমন্তৰ ঘোষণা - এবছৰত দিয়া হব ৫৫ হাজাৰ চৰকাৰী চাকৰি । ASSAM BUDGET ABOUT JOB - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 6, 2020

আজিৰ বাজেটত হিমন্তৰ ঘোষণা - এবছৰত দিয়া হব ৫৫ হাজাৰ চৰকাৰী চাকৰি । ASSAM BUDGET ABOUT JOB

অৱশেষত অসমৰ নিৱনুৱাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে অসম চৰকাৰৰ ২০২০–২১ বৰ্ষৰ বিত্তীয় বাজেটে। আজি সদনত বাজেট পাঠ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক এবছৰৰ ভিতৰত ৰাজ্যৰ ৫৫ হাজাৰ নিৱনুৱা যুৱক–যুৱতীক চাকৰি  দিয়াৰ কথা ঘোষণা কৰে। লগতে মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কয় যে বৰ্তমান লৈকে চলিত চৰকাৰৰ কাৰ্যকালত ৮৫ হাজাৰ যুৱক–যুৱতীক  চাকৰি প্ৰদান কৰা হৈছে ।

ইয়াৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, ৰাজ্যখনৰ ১ লাখ ৮৮ হাজাৰ ৫৫৮গৰাকী যুৱক–যুৱতীলৈ স্কীল প্ৰশিক্ষণৰ ব্যৱস্থা আগবঢ়োৱা হৈছে। তাৰে ৮২,৬০৮গৰাকী যুৱকে নিযুক্তি পাবলৈ সক্ষম হৈছে। চৰকাৰী খণ্ডত ৩৮ হাজাৰ যুৱক–যুৱতীক চাকৰি দিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close