GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজত শেহতীয়াকৈ মুকলি হৈছে ২৭৫ টা ফৰ্থ গ্ৰেডৰ চাকৰি । তাৰে ২১৯ টা পদত আপুনি যদি কেৱল অষ্টম মান উৰ্ত্তীণ তেতিয়াই আবেদন কৰিব পাৰিব । কত কিদৰে কেনেকৈ এ আবেদন কৰিব জানিবলৈ এই লিখনিটো সম্পুৰ্ণকৈ পঢ়ক ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
খালী হোৱা পদৰ নাম -
গ্ৰড ফৰখালী হোৱা পদৰ সংখ্য়া -
২১৯শিক্ষাগত অৰ্হতা -
৮ম মান উৰ্ত্তীণ ।দৰমহা -
Rs.12,000/- টকাৰ পৰা Rs.52,000/- টকা লগতে গ্ৰেড পে Rs.3,900/- টকালগতে জানক - গুৱাহাটী মেডিকেলত ৰিচিপষ্টনিষ্টৰ চাকৰি- অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ
বয়স -
১৮ ৰ পৰা ৩৮ বছৰআবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।কিদৰে নিৰ্বাচন কৰা হব :
আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব । সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।আবেদনৰ অন্তিম দিন -
১৪ ফেব্ৰুৱাৰী. 2020 ।লগতে জানক -সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ?
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । Gauhati Medical College Hospital, Guwahati, Assam ৰ বেৱচাইটত গৈ আপুনি আবেদন কৰিব লাগিব ।১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
Good information.
ReplyDeleteI want to do this job
ReplyDeleteKrim
ReplyDeleteMor caste certificate ny
ReplyDeleteKorim
ReplyDeleteI am interested fod this job.. HS pass
ReplyDeleteIam interested fod this job.... Hs pass
ReplyDeleteIam interested fod this job.... Hs pass
ReplyDelete