Gauhati High Court Jobs 2021 - 110 Vacancy opens
Gauhati High Court Jobs 2021 Details
1. কম্পিউটাৰ সহায়ক Computer Assistant
2. ষ্টেনুগ্ৰাফাৰ গ্ৰেড-২ Stenographer
3. ষ্টীনোগ্ৰাফৰ গ্ৰেড-III Stenographer
4. LDA আৰু কপিষ্ট (Copyist)
আবেদন মাচুল Apply Fees
কেনেকৈ আবেদন কৰিব How to Apply
গুৰুত্বপূৰ্ণ তাৰিখ Important Dates
গুৰুত্বপূৰ্ণ ৱেব-লিংক Important Web Links :
Friday, February 26, 2021
Jobs in Agriculture Department Assam 2021 – 1837 Grade III and Grade IV Vacancy
Jobs in Agriculture Department Assam 2021 – 1837 Grade III and Grade IV Vacancy
কৃষি বিভাগত নিযুক্তি 2021
গুৱাহাটী বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ কৃষি বিভাগ খানাপাৰা আৰু ইয়াৰ জিলা কাৰ্যালয়ৰ অধীনত থকা ১৮৩৭ টা তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছিল। কিছু দিন আবেদন গ্ৰহণ কৰাৰ পাছত বিশেষ কাৰণত এই আবেদন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছিল । এতিয়া পুনৰ এই অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।
কৃষি বিভাগত নিযুক্তি 2021
1.কৃষি সম্প্ৰসাৰণ সহায়ক (AEA)
খালী পদ: 1581 টা
দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন কৰিব পাৰে ।বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা আৰু গ্ৰাম্য অঞ্চলৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। কিন্তু আবেদন সকলোৱে কৰিব পাৰিব ।
2. জুনিয়ৰ সহায়ক
খালী পদ: 200 টা
# মুখ্য কাৰ্যালয়: 47 টা পদ
# জিলা স্তৰ কাৰ্যালয় : 153 টা পদ
দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো অনুশাসনত স্নাতক (Graduate) ।কম্পিউটাৰত নিম্নতম 6 মাহৰ বাবে ডিপ্লোমা ।
3. গ্ৰেড-IV
খালী পদ: 09 টা পোষ্ট
দৰমহা: 12,000 টকা – 35,000 টকা আৰু 3,900 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - ক্লাছ ৮ পাছ ।
চাকৰিৰ খৱৰ পাবলৈ আমাৰ Whatsapp গ্ৰুপ যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত
4. ষ্টেনো-টাইপিষ্ট
খালী পদ: 05 টা
# ইংৰাজী: 04 টা
# অসমীয়া: 01 টা
দৰমহা: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন
কৰিব পাৰে । লগতে Stenography diploma with minimum speed 80wpm, and minimum 6 months Computer diploma.
5. ইলেক্ট্ৰিচিয়ান
খালী পদ : 04 টা
দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছ । লগতে 2 years Diploma in Electrical from Govt. I.T.I.
6. PI/FI/FS/কম্পিউটাৰ
খালী পদ : 24 টা
দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন
কৰিব পাৰে । লগতে Statistics, Economics or Mathematics as one of the subject.
7. মেকানিক
খালী পদ: 06 টা
দৰমহা: 14,000 টকা – 60,500 টকা আৰু 5,600 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছ । লগতে 2 years Diploma in Mechanicl from Govt. I.T.I.
8.ষ্টেনোগ্ৰাফাৰ
খালী পদ : 08 টা
দৰমহা: 14,000 টকা – 60,500 টকা আৰু 8,700 টকাৰ গ্ৰেড পে
শিক্ষাগত অৰ্হতা - যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো অনুশাসনত স্নাতক (Graduate) । লগতে Grade-I Stenography diploma with minimum speed 80wpm (Eng), and minimum 6 months Computer diploma.
বয়সৰ সীমা:
কি কি ডকুমেন্ট লাগিব
1) বয়সৰ প্ৰমাণৰ বাবে জন্ম প্ৰমাণপত্ৰ বা মেট্ৰিক বা সমতুল্য পৰীক্ষাৰ এডমিট কাৰ্ড।
2) শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ।
3) এচচি, এছটি (পি), এছটি (এইচ) আৰু ওবিচি/এমওবিচিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ পৰা জাৰি কৰা জাতিগত প্ৰমাণপত্ৰ।
4) বৈধ নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড/প্ৰমাণপত্ৰ। Employment Exchange Card.
5) Agril. Extension Assistant,পদৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত অনুসূচী –III-ত গ্ৰাম্য বেক গ্ৰাউণ্ডৰ প্ৰমাণপত্ৰ জমা দিব লাগিব।( এইখন নিদিলেও আবেদন কৰিব পাৰিব কিন্তু দিলে আপোনাক অগ্ৰাধিকাৰ দিয়া হব)
6) পাছপোৰ্ট আকাৰ ফটোগ্ৰাফৰ ।
7) স্বাক্ষৰ।
8) ফৰ্ম A
কৃষি বিভাগত কেনেকৈ আবেদন কৰিব How to apply Jobs in Agriculture Department
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Official Websiteত লৈ Online আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হব । আপুনি নিজে নাইবা যিকোনো কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰে । যদি অসুবিধা হয় আমি আবেদন কৰি দিম । আমাৰ অনলাইন আবেদনৰ চাৰ্জ ১০০ টকা । আমাক কল কৰিব পাৰে 8984169157
চাকৰিৰ খৱৰ পাবলৈ আমাৰ Whatsapp গ্ৰুপ যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত
গুৰুত্বপূৰ্ণ তাৰিখসমূহ Important Dates
অনলাইন আবেদনৰ তাৰিখ: 22 মাৰ্চ 2021
অনলাইন আবেদনৰ অন্তিম তাৰিখ: 5 এপ্ৰিল 2021
গুৰুত্বপূৰ্ণ ৱেব-লিংক
চুটি বিজ্ঞাপন: ইয়াত ক্লিক কৰক।
অনলাইন আবেদন: ইয়াত ক্লিক কৰক
গ্ৰাম্য বেক গ্ৰাউণ্ডৰ প্ৰমাণপত্ৰ - ইয়াত ক্লিক কৰক
ফৰ্ম A - ইয়াত ক্লিক কৰক
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।
Monday, February 22, 2021
অসম চৰকাৰৰ চাকৰি । স্থান গুৱাহাটী । খালী হৈছে ৯৯ টা পদ । কিদৰে আবেদন কৰিব । Irrigation department Jobs in Guwahati Assam 2021
Govt Jobs in Guwahati Assam 2021
Irrigation Department, Guwahat iয়ে পিয়ন, চকীদাৰ আৰু খলাশীৰ 99 টা Grade IV vacancyৰ চাকৰিৰ বাবে এটা জাননী মুকলি কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।
Irrigation department Jobs in Guwahati in Assam 2021
How to Apply for Irrigation Department Guwahati Recruitment
Irrigation Guwahati Recruitment 2021ৰ গুৰুত্বপূৰ্ণ তাৰিখ
অনলাইন এপ্লিকেচন: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক
Saturday, February 20, 2021
অসমৰ ১২ খন জিলাত মুকলি ১৩৫ টা গ্ৰেড ফৰ পদত চাকৰি । অৰ্হতা মাথো অষ্টম মানৰ পৰা । Assam Irrigation Department 135 Post Vacancy in Assam
Assam Irrigation Department 135 Post
খালী পদ :
দৰমহা :
শিক্ষাগত অৰ্হতা:
কি কি ডকুমেন্ট লাগিব
- বয়সৰ প্ৰমাণপত্ৰশ্ৰেণী VIII পাছ প্ৰমাণপত্ৰ
- HSLC ADMIT প্ৰমাণপত্ৰ (বৈকল্পিক)
- HSLC প্ৰমাণপত্ৰ (বৈকল্পিক)
- এপ্লইমেন্টট এক্সচেঞ্জ কাৰ্ড (বৈকল্পিক)
- জাতিগত প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)
- আৱাসিক প্ৰমাণপত্ৰ (পিআৰচি/আধাৰ/ভোটাৰ আইডি ইত্যাদি)
বয়সৰ সীমা:
কেনেকৈ আবেদন কৰিব লাগে
Friday, February 19, 2021
নগাঁও জলসিঞ্চন বিভাগত চাকৰি । অষ্টম মানৰ পৰা যিকোনো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন । Irrigation department Jobs in Nagaon Assam 2021
Irrigation Department, Nagaonয়ে পিয়ন, চকীদাৰ আৰু খলাশীৰ 29 Grade IV vacancyৰ চাকৰিৰ বাবে এটা জাননী মুকলি কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।
কি কি ডকুমেন্ট লাগিব (Documents Required)
- শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ।
- বয়স প্ৰমাণ প্ৰমাণপত্ৰ (অৰ্থাৎ স্বীকৃত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা জাৰী কৰা সক্ষম কৰ্তৃপক্ষ বা বিদ্যালয়ৰ প্ৰমাণপত্ৰৰ দ্বাৰা জাৰী কৰা জন্ম প্ৰমাণপত্ৰ)
- সংৰক্ষণ শ্ৰেণীৰ অধীনত আবেদন কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত জাতিগত প্ৰমাণপত্ৰ।
- নিয়োগ বিনিময়ৰ পৰা বৈধ নিযুক্তি বিনিময় পঞ্জীয়ন Employment Exchange Card প্ৰমাণপত্ৰ ।
- সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা EWS Certificate। (যদি প্ৰযোজ্য হয়)
- পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ ।
- PWD শ্ৰেণীৰ বাবে প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)।
- প্ৰাৰ্থীৰ স্কেন কৰা স্বাক্ষৰ (ক'লা বল পেন সম্ভৱতঃ)
- আৱাসিক প্ৰমাণপত্ৰ (পিআৰচি/আধাৰ কাৰ্ড/ভোটাৰ আইডি ইত্যাদি
- আবেদনকৰ সময়ত আৱেদনকাৰীয়ে বৈধ ই-মেইল আইডি আৰু ম'বাইল নম্বৰ উল্লেখ কৰিব লাগিব।
বাছনি প্ৰক্ৰিয়া (Selection Process of Irrigation Department Jobs)
কেনেকৈ আবেদন কৰিব লাগে (How to Apply)
অনলাইন এপ্লিকেচন: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক
Sunday, February 14, 2021
জলসিঞ্চন বিভাগত চাকৰি । অষ্টম মানৰ পৰা যিকোনো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন । Irrigation department Golaghat Jobs in 2021
Irrigation department Golaghat Jobs in 2021
কি কি ডকুমেন্ট লাগিব
- বয়সৰ প্ৰমাণপত্ৰশ্ৰেণী VIII পাছ প্ৰমাণপত্ৰ
- HSLC প্ৰমাণপত্ৰ (বৈকল্পিক)
- HS প্ৰমাণপত্ৰ (বৈকল্পিক)
- এপ্লইমেন্টট এক্সচেঞ্জ কাৰ্ড (বৈকল্পিক)
- জাতিগত প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)
- আৱাসিক প্ৰমাণপত্ৰ (পিআৰচি/আধাৰ/ভোটাৰ আইডি ইত্যাদি)
কেনেকৈ আবেদন কৰিব লাগে
অনলাইন এপ্লিকেচন: ইয়াত ক্লিক কৰক।
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক
Tuesday, February 2, 2021
ভূমি সংৰক্ষণ বিভাগত মুকলি চাকৰি । সকলোৱে কৰিব পাৰিব আবেদন । Soil Conservation Assam Jobs 2021
Soil Conservation Assam Jobs 2021
Soil Conservation Assam Jobs 2021
আমাৰ Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত
Other Eligibility Criteria অন্যান্য অৰ্হতা
How to Apply ভূমি সংৰক্ষণ বিভাগত কেনেকৈ আবেদন কৰিব?
আমাৰ Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত
Documents Required কি কি ডকুমেন্ট লাগিব
- এখন শেহতীয়া পাছপোৰ্ট ফটোগ্ৰাফ। Passport size Photo.
- বয়সপ্ৰমাণ প্ৰমাণপত্ৰ (HSLCৰ Admit Card )।
- HSLC বা সমতুল্য পৰীক্ষাত পাছ নকৰা প্ৰাৰ্থীসকলৰ বাবে দক্ষ কৰ্তৃপক্ষই জাৰী কৰা জন্ম প্ৰমাণপত্ৰ গ্ৰহণ কৰা হ'ব।
- শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ।
- স্কেন কৰা স্বাক্ষৰ ।
- নিয়োগ বিনিময় কেন্দ্ৰৰ বৈধ পঞ্জীয়ন (Employment Exchange Card)প্ৰমাণপত্ৰ।
- জাতি প্ৰমাণপত্ৰ (সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত)
Important Dates ভূমি সংৰক্ষণ নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ
অনলাইন আবেদন দাখিল কৰাৰ আৰম্ভণি তাৰিখ: 3 ফেব্ৰুৱাৰী 2021
অনলাইন আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ: 12 ফেব্ৰুৱাৰী 2021
Important Web Linksভূমি সংৰক্ষণ নিযুক্তিৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক
বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।
অনলাইন আবেদন: ইয়াত ক্লিক কৰক। 03/02/2021।
Monday, February 1, 2021
পাবলিক হেল্থ বিভাগত চাকৰি , তেজপুৰ । Public Health Engineering Department , Tezpur Jobs 2021
Public Health Engineering Department , Tezpur Jobs
আবেদনৰ অন্তিম তাৰিখ: 05/02/2021
অসম চৰকাৰৰ অধীনত PHE, Tezpurৰ ড্ৰাইভাৰ (গ্ৰেড-III) আৰু পিয়ন, চকীদাৰ (গ্ৰেড-IV) ৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে এই চাকৰিৰ ভৰ্তিৰ বাবে আবেদন কৰিব পাৰে ।
লগতে পঢ়ক - ভূমি সংৰক্ষণ বিভাগত মুকলি চাকৰি । সকলোৱে কৰিব পাৰিব আবেদন ।
1. পদৰ নাম: ড্ৰাইভাৰ
পদৰ সংখ্যা : 01 [UR]
দৰমহা : 14000-49000 টকা+GP+অন্যান্য ভাট্টা
শিক্ষাগত যোগ্যতা: দশম মান বা মেট্ৰিক পাছ । জিলা পৰিবহন কৰ্তৃপক্ষই জাৰি কৰা চাৰি চকীয়া গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ (এলএমভি) ।
আমাৰ Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত
2. পদৰ নাম: পিয়ন ।
পদৰ সংখ্যা : 01 [UR]
দৰমহা : 12000-37500+GP+অন্যান্য ভাট্টা
শিক্ষাগত অৰ্হতা : অষ্টম শ্ৰেণী ।
3. পদৰ নাম: চকীদাৰ ।
পদৰ সংখ্যা : 01 [UR]
দৰমহা : 12000-37500+GP+অন্যান্য ভাট্টা
শিক্ষাগত অৰ্হতা : অষ্টম শ্ৰেণী
Eligibility criteria for PHE Tezpur Jobs 2021
I) Nationality: আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিৱ আৰু লগতে আবেদনকাৰীৰ নামত PRC/Voter ID Card/Aadhar Card ৰ যিকোনো এটা নথি থাকিব লাগিব । এই নথি বোৰ আবেদনৰ লগত জমা দিৱ লাগিব।
II) আবেদনকাৰীৰ অৱশ্যই অসমৰ বৈধ Employment Exchange registration থাকিব লাগিব আৰু ইয়াত ফটো কপি আবেদনৰ লগত জমা দিব লাগিব।
III) Age limit/বয়সৰ সীমা: আবেদনকাৰীৰ বয়স 36 বেছি আৰু 18 বছৰৰ কম হব নোৱাৰিব ।
Application fees: কোনো ধৰনৰ আবেদন ফিচ নেলাগে।
How to apply for PHE Tezpur Jobs2021
আবেদনকাৰীসকলে স্ট্যান্ডার্ড ফৰ্ম সৈতে তলত দিয়া ডকুমেন্টবোৰ জমা দিব লাগিব –
- দুটা ৰঙিন passport size ৰ ফটোগ্ৰাফ।
- Caste চাৰ্টিফিকেট (যদি আছে)
- Educational qualification certificate
- Age certificate
আবেদন পত্ৰখন 05-02-2021 তাৰিখৰ আগত তলত উল্লেখিত ঠিকনাত পঠিয়াৱ লাগিৱ।
ঠিকনা: Member secretary, Selection Committee cum Executive Engineer (PHE), Tezpur Division No-i, Tezpur
গুৰুত্বপূৰ্ণ ৱেব-লিংক
Saturday, November 7, 2020
ডাক বিভাগত চাকৰি মুকলি ২০২০ । অৰ্হতা মাথো হায়াৰছেকেণ্ডেৰী । Postal Assistant and Sorting Assistant recruitment 2020
Postal Assistant/ Sorting Assistant recruitment 2020
খালী পদৰ নাম -
খালী পদৰ সংখ্যা -
খালী পদৰ সংখ্যা অতি সোনকালে আপডেট কৰা হ'ব। 2019-20 বৰ্ষত সৰ্বমুঠ 4893 টা খালী পদ মুকলি কৰা হৈছিল। তেতিয়া পদ অনুসৰি খালী পদৰ সংখ্যা আছিল -
PA/ SA- 3598
LDC/ JSA - 1269
DEO - 26
শিক্ষাগত অৰ্হতা-
১২ম মান অৰ্থাৎ HS উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও 12মান ( HS Final Year) পঢ়ি থকা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব যদিহে তেওঁলোকে 1 জানুৱাৰী, 2020 তাৰিখলৈকে বোৰ্ড/বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে ।
দৰমহা-
Postal Assistant/ Sorting Assistant ৰ বাবে Pay Level-4 (25,500 টকা-81,100 টকা) ।
বয়স-
১৮ৰ পৰা ২৭ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই)
আবেদন কিদৰে কৰিব-
১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here
২) Register link ত Click কৰি registration complete কৰক ।
৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক ।
৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।
আবেদন ফিজ-
সাধাৰণ শ্ৰেণী আৰু অবিচিৰ বাবে মাত্ৰ ১০০ টকা আৰু বাকী জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।
প্ৰয়োজনীয় তাৰিখসমুহ-
অনলাইন আবেদনৰ আৰম্ভণী - ৬ নভেম্বৰ, ২০২০
অনলাইন আবেদনৰ শেষ দিন - ১৫ ডিচেম্বৰ, ২০২০
আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক
চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক ।
Thursday, October 8, 2020
জল জীৱন মিছন ,অসমত মুকলি চাকৰি । অৰ্হতা HS পাছ । Jal Jeevan Mission , Assam Recruitment 2020
Jeevan Mission, Assam Recruitment 2020
আবেদন প্ৰক্ৰিয়া:
খালী পদ :
খালী পদৰ নাম :
দৰমহা:
শিক্ষাগত অৰ্হতা :
কম্পিউটাৰৰ দক্ষতা :
বয়স:
আবেদন ফিজ -
বাছনিৰ পদ্ধতি-
অনলাইন আবেদন আৰম্ভণী-
আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক
চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক ।
Thursday, October 1, 2020
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি নিযু্ক্তি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা । কিদৰে কৰিব আবেদন চাওক Directorate of Health Services (FW), Govt of Assam Recruitment 2020 - Apply Online
আবেদন প্ৰক্ৰিয়া -
1. ANM (Auxiliary Nurse & Midwives)
2. Field Worker/ Social Worker
3. Field & Evaluation Worker
4. Computor
লগতে পঢ়ক - গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত ।
5. Junior Assistant
6. Steno Typist
7. Laboratory Technician
8. Refrigerator Mechanic
আবেদন ফিজ -
অনলাইন আবেদন আৰম্ভণী-
অনলাইন আবেদনৰ অন্তিম দিন-
আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক
চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক ।
Saturday, September 26, 2020
অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি ১৩৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছৰ পৰা । Directorate of Economics & Statistics Assam Recruitment 2020
Directorate of Economics & Statistics Recruitment 2020
শেহতীয়াকৈ অসম চৰকাৰৰ অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি হৈছে কেইবাটাও পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আলোচনা কৰিম । জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব । সম্পূৰ্ণ লিখনি পঢ়িবলৈ নাপাহৰিব ।
আবেদন প্ৰক্ৰিয়া -
অনলাইন
1.ফিল্ড এছিছটেন্ট
লগতে পঢ়ক - ডিচি অফিচত ওলাইছে চাকৰি । খালী পিয়ন, চকিদাৰ আদি ১০ টা পদ
2.প্ৰাইমাৰী ইনভেছটিগেটৰ/ কোমপুটৰ
লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।
3.জুনিয়ৰ এছিছটেন্ট(Hqrs)
4.ছাব ইনচপেক্টৰ অফ ইছটেটিছটিক
5.জুনিয়ৰ আৰটিছ ও ডাৰ্ফটমেন
কিদৰে আবেদন কৰিব -
অনলাইন আবেদন আৰম্ভণী-
অনলাইন আবেদনৰ অন্তিম দিন-
কি কি ডকুমেন্ট লাগিব -
Saturday, September 12, 2020
বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা । আবেদন কিদৰে কৰিব চাওক । Forest Department Jobs 2020
![]() |
| Forest Department Jobs 2020 |
আবেদন প্ৰক্ৰিয়া -
1. অফিচ পিয়ন
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
2. চকিদাৰ
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
লগতে পঢ়ক- স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী ।
3. ফৰেষ্ট গাৰ্ড
শাৰিৰীক অৰ্হতা- পুৰুষ ( উচ্চতা General- 163 cm আৰু Hill & Plain tribes-153 cm) (বুকু Normal- 79 cm আৰু বুকু Expanded -84 cm) মহিলা ( উচ্চতা General- 150 cm আৰু Hill & Plain tribes-145 cm)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
4. ফৰেষ্টাৰ-১
শাৰিৰীক অৰ্হতা- পুৰুষ ( উচ্চতা General- 163 cm আৰু Hill & Plain tribes-153 cm) (বুকু Normal- 79 cm আৰু বুকু Expanded -84 cm) মহিলা ( উচ্চতা General- 150 cm আৰু Hill & Plain tribes-145 cm)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
5. জুনিয়ৰ এছিছটেন্ট
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
আবেদন ফিজ -
কিদৰে আবেদন কৰিব -
i) Education certificate. (শিক্ষাগত অৰ্হতাৰ নথিপত্ৰ)
ii) Age proof certificate. (বয়সৰ প্ৰমাণপত্ৰ)
iii) Employment Exchange Registration Card. (এপ্লইমেন্ট এখচেঞ্জ কাৰ্ড )
iv) HSLC/HSSLC/Degree and other relevant document.
ঠিকনা-
O/O Divisional Forest Office(a) Dima Hasao Forest Division (West), Haflong
(b) Dima Hasao Forest Division (East), Haflong
(c) Southern Afforestation Division. Sarkari Bagan, Haflong
















