ডাক বিভাগত চাকৰি মুকলি ২০২০ । অৰ্হতা মাথো হায়াৰছেকেণ্ডেৰী । Postal Assistant and Sorting Assistant recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, November 7, 2020

ডাক বিভাগত চাকৰি মুকলি ২০২০ । অৰ্হতা মাথো হায়াৰছেকেণ্ডেৰী । Postal Assistant and Sorting Assistant recruitment 2020

Postal Assistant/ Sorting Assistant recruitment 2020

অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ডাক বিভাগত মুকলি হ'ল । আমাৰ এই পষ্টটোৰ যোগেদি ক'ত কেনেকৈ কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব তাকে আলোচনা কৰিম । এই নিযুক্তি প্ৰক্ৰিয়া SSC CHSLৰ জৰিয়তে কৰা হব ।
Indian Post Jobs 2020

খালী পদৰ নাম

ডাকবিভাগত খালী পদৰ নাম পষ্টেল এছিছটেন্ট আৰু চৰ্টিং এছিছটেন্ট । ইয়াৰোপৰিও অন্য় বিভাগত LDC/ JSA আৰু DEO পদত SSC CHSLৰ ৰ যোগেদি নিযু্ক্তি দিয়া হব ।

খালী পদৰ সংখ্যা -  

খালী পদৰ সংখ্যা অতি সোনকালে আপডেট কৰা হ'ব। 2019-20 বৰ্ষত সৰ্বমুঠ 4893 টা খালী পদ মুকলি কৰা হৈছিল। তেতিয়া পদ অনুসৰি খালী পদৰ সংখ্যা আছিল -

PA/ SA- 3598

LDC/ JSA - 1269

DEO - 26 

শিক্ষাগত অৰ্হতা-

১২ম মান অৰ্থাৎ HS উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও 12মান ( HS Final Year) পঢ়ি থকা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব যদিহে তেওঁলোকে 1 জানুৱাৰী, 2020 তাৰিখলৈকে বোৰ্ড/বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে ।

দৰমহা-

Postal Assistant/ Sorting Assistant ৰ বাবে Pay Level-4 (25,500 টকা-81,100 টকা) ।

বয়স-

১৮ৰ পৰা ২৭ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই) 

আবেদন কিদৰে কৰিব-

১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here

২) Register link ত Click কৰি registration complete কৰক ।

৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক ।

৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।

আবেদন ফিজ-

সাধাৰণ শ্ৰেণী আৰু অবিচিৰ বাবে মাত্ৰ ১০০ টকা আৰু বাকী জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।

প্ৰয়োজনীয় তাৰিখসমুহ-

অনলাইন আবেদনৰ আৰম্ভণী - ৬ নভেম্বৰ, ২০২০

অনলাইন আবেদনৰ শেষ দিন - ১৫ ডিচেম্বৰ, ২০২০

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close