অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি | ASSAM MEDICAL DEPARTMENT JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 15, 2020

অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি | ASSAM MEDICAL DEPARTMENT JOBS 2020

অসম চৰকাৰৰ ডাইৰক্টৰেট অফ মেডিকেল ইডুকেচন ডিপাৰমেন্টৰ অধীনত অসমৰ এখন নতুন মেডিকেল কলেজৰ বাবে মুকলি হৈছে নতুনকৈ ১৮৮ টা ফৰ্থ গ্ৰেড পদৰ চাকৰি । এই খালী পদৰ ভিতৰত আছে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন আদি পদ । অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ বিষয়ে আজি আমি আপোনালোকক জনাম । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।


খালী পদৰ নাম

গ্ৰেড ফৰ 

আবেদনৰ অন্তিম দিন

৩০ মে , ২০২০ (৬ জুনলৈ বৃদ্ধি আবেদন প্ৰক্ৰিয়া)

আবেদন প্ৰক্ৰিয়া

অনলাইন 

শিক্ষাগত অৰ্হতা

৮ মান উৰ্ত্তীণ (মেট্ৰিক পাছ বা আন উচ্চ শিক্ষা থকা লোকেও আবেদন কৰিব পাৰিব)

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান । 

দৰমহা

12,000 টকাৰ পৰা 52,000 টকা লগতে গ্ৰেড পে 3900 টকা 

বয়স -

১৮ৰ পৰা ৩৮ বছৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই । 

খালী পদসমূহৰ নাম -

1. Ward Boy/Ward Girl
খালী হোৱা পদৰ সংখ্যা : 71
2. Peon
খালী হোৱা পদৰ সংখ্যা: 6 

3. Attendant
খালী হোৱা পদৰ সংখ্যা: 10
4. Laboratory Attendant
খালী হোৱা পদৰ সংখ্যা: 30
5.Grade-IV
খালী হোৱা পদৰ সংখ্যা: 4
6.Dissection Hall Attendant
খালী হোৱা পদৰ সংখ্যা: 4 
7.Workshop worker
খালী হোৱা পদৰ সংখ্যা: 6
আৰু অন্য কিছু পদ খালী আছে । 

চাকৰিৰ স্থান -

আবেদন ফিজ

কোনোধৰণৰ আবেদন ফিজ নাই । 

কিদৰে আবেদন কৰিব পাৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদন আৰম্ভণীৰ দিন

১৫ মে, ২০২০ ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here 

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

20 comments:

  1. Moy korim name/ shakhrul Islam
    No 9365563795

    ReplyDelete
  2. Moi korim number 6002456389 name Tina kalita

    ReplyDelete
  3. Moi korim ph no 8723965263 qualification HSLC

    ReplyDelete
  4. Moi korim ph no 6382174361 qualification
    HSLC .plz contact.

    ReplyDelete
  5. I am interested this servise please contuct 6382174361 .10th pass.

    ReplyDelete
  6. I am abdul kade 8th pass.mo no 9365848820.

    ReplyDelete
  7. I m hslc passed .I interested.my phone number 9788995362

    ReplyDelete
  8. im 10 pass number 91019766124

    ReplyDelete
  9. I have completed 10th class and i intresstd and my contact no 9957277792

    ReplyDelete
  10. Moi kam bisari asu jodi para alop hohay koribo my number is 8794004998 my name is akhtar

    ReplyDelete
  11. Moi korim kam contact numner 6002780549 hs pass

    ReplyDelete
  12. Dhruba jyoti das moi kam কৰিম pH nobar 6001619455July 22, 2020 at 10:28 PM

    Ok

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close