স্বাস্থ্য বিভাগত মুকলি ৰিচিপষ্টনিষ্টৰ পদ । দৰমহা 14,000 টকাৰ পৰা 60,500 টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । MEDICAL RECEPTIONIST JOB - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 14, 2020

স্বাস্থ্য বিভাগত মুকলি ৰিচিপষ্টনিষ্টৰ পদ । দৰমহা 14,000 টকাৰ পৰা 60,500 টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । MEDICAL RECEPTIONIST JOB

অসম চৰকাৰৰ  Directorate of Medical Education, (DME) ৰ অধীনত নতুনকৈ হবলগীয়া এখন চিকিৎসা মহাবিদ্যালয়ৰ বাবে মুকলি হৈছে 2 টা ৰিচিপষ্টনিষ্টৰ পষ্ট । অসম চৰকাৰৰ এই স্থায়ী চৰকাৰী চাকৰিত কিদৰে যোগদান কৰিব পাৰিব এই সকলোবোৰ আজি আমি আপোনালোকক জনাম ।

খালী পদৰ নাম

ৰিচিপষ্টনিষ্ট 

খালী পদ -  

২ টা (UR-1 OBC- 1) 

দৰমহা

Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |

শিক্ষাগত অৰ্হতা

যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application ।

লগতে পঢ়ক - অসমৰ চৰকাৰী মেডিকেলত খালী ১৮৮ টা পদ । অৰ্হতা - ৮ম মান ।

বয়স

প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰ পৰা ৩৮ বছৰ হব লাগিব । ইয়াৰ উপৰিও SC/ST/OBCৰ বাবে ৫ বছৰ পৰ্যন্ত বয়সৰ ৰেহাই আছে ।

লগতে পঢ়ক - অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত ৩৫ টা পদৰ মুকলি চাকৰি । অৰ্হতা - অষ্টম মানৰ পৰা ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।` অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদন কৰোতে নিজৰ ফটো, চহী আৰু ডকুমেন্ট আপলোড কৰিব লাগিব ।

অনলাইন আবেদনৰ আৰম্ভণী - ১২ মে , ২০২০ । 
আবেদনৰ অন্তিম দিন - ২৭ মে, ২০২০

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close