স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । Assam Driver Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 14, 2020

স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । Assam Driver Job 2020

অসম চৰকাৰৰ  Directorate of Medical Education, (DME) ৰ অধীনত নতুনকৈ হবলগীয়া এখন চিকিৎসা মহাবিদ্য়ালয়ৰ বাবে মুকলি হৈছে ৩ টা ড্ৰাইভাৰ পষ্ট । অসম চৰকাৰৰ এই স্থায়ী চৰকাৰী চাকৰিত কিদৰে যোগদান কৰিব পাৰিব এই সকলোবোৰ আজি আমি আপোনালোকক জনাম ।


খালী পদৰ নাম

ড্ৰাইভাৰ ।

শিক্ষাগত অৰ্হতা

মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেন্স থকাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |

দৰমহা

Rs.14000-60,500+ গ্ৰেডপে 5,600 ।

বয়স

প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰ পৰা ৩৮ বছৰ হব লাগিব ।

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।` অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদন কৰোতে নিজৰ ফটো, চহী আৰু ডকুমেন্ট আপলোড কৰিব লাগিব ।
অনলাইন আবেদনৰ আৰম্ভণী - ১২ মে , ২০২০ । 
আবেদনৰ অন্তিম দিন - ২৭ মে, ২০২০

লগতে পঢ়ক - অসমৰ স্বাস্থ্য বিভাগত মুকলি ৭১ টা ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদ ।


বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

3 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close