অসমৰ বিভিন্ন জিলাত কভিড-১৯ হস্পিটালৰ বাবে মুকলি চাকৰি । অৰ্হতা - ৮ম মান পাছ । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । ASSAM COVID19 HOSPITAL JOB - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 12, 2020

অসমৰ বিভিন্ন জিলাত কভিড-১৯ হস্পিটালৰ বাবে মুকলি চাকৰি । অৰ্হতা - ৮ম মান পাছ । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । ASSAM COVID19 HOSPITAL JOB

অসম চৰকাৰে কৰণা মহামাৰীক ৰোধিবলৈ কেইবাখনো কভিড-১৯ হস্পিটাল প্ৰস্তুত কৰি তুলিছে । সেই নতুন হস্পিটালসমুহত শেহতীয়াকৈ মুকলি হৈছে কিছু খালী পদ । সেই খালী পদসমূহত কিদৰে চাকৰিৰ বাবে আবেদন কৰিব জানিবলৈ আমাৰ লিখনিটো সম্পুৰ্ণ পঢ়ক । ইয়াৰ আগতে ইতিমধ্য়ে গুৱাহাটীৰ বাবে এই পদত নিযুক্তি হৈ গৈছে । নিযুক্তিৰ সময়ত হিমন্ত বিশ্বই কি কৈছিল প্ৰথমে চাই লওক ।

খালী পদৰ নাম -


শিক্ষাগত অৰ্হতা-

অষ্টম মান (৮ পাছ) ।

খালী পদৰ সংখ্যা -

৬৯ (তেজপুৰ )+ ২৫(বাকচা)+৮( গোলাঘাট)+৫( গোলাঘাট)

দৰমহা-

১৫ হাজাৰ টকা ।

চাকৰিৰ স্থান - 

 তেজপুৰ, বাকচা, গোলাঘাট আৰু তিনিচুকীয়া

লগতে পঢ়ক - অসমৰ চৰকাৰী মেডিকেলত খালী গ্ৰেড ফৰৰ ১৮৮ টা পদত চাকৰি । অৰ্হতা - ৮ম মান ।

আবেদন কিদৰে কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । ইন্টাৰভিউৰ বাবে ফটো আইডেনটিটি প্ৰুফ ( পান কাৰ্ড, ভোাটাৰ কাৰ্ড আদি), চেলফ এটাছ আপোনাৰ চাৰ্টিফিকেট আদি লগত আনিব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ-

1. তেজপুৰ
তাৰিখ - ২০ মে , ২০২০
স্থান-  Conference Halls | Tezpur Municipal Corporation, Mahabhairab, Tezpur, Assam 784001 ।
সময় - ৰাতিপুৱা ১০ বজাৰ পৰা ।
Note - একঘন্টা আগত নিৰ্ধাৰিত স্থানত উপস্থিত হব লাগিব ।

2. বাকচা জিলা  
তাৰিখ - ১৭ আৰু ১৮ মে , ২০২০
স্থান- District Sports Complex , বাথৌপুৰি, বাকচা, মুছলপুৰ ।
 সময় - ১০.৩০ বজাৰ পৰা ।
Note - আমালৈ অহা খৱৰ অনুসৰি আজি হবলগীয়া বাকচা জিলাৰ কভিদ ১৯ ৰ কোৱাৰাইন্তাইন চেন্টাৰ interview পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক - অসমৰ স্বাস্থ্য বিভাগত মুকলি ৭১ টা ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদ । অনলাইন আবেদন চলি আছে । অৰ্হতা - অষ্টম মানৰ পৰা ।


3. গোলাঘাট
তাৰিখ - ১৫ মে, ২০২০
স্থান- সাক্ষাৎকাৰ ১১ মে তাৰিখে অনুষ্ঠিত হবলগীয়া আছিল যদিও অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে স্বাস্থ্য বিভাগে স্থগিত ৰাখে সাক্ষাৎকাৰ। ১৫ মে’ত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ। কিন্তু ঘোষণা হোৱা নাই স্থান ।
সময় - ১১ বজাৰ পৰা ।

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |


4. তিনিচুকীয়া
তাৰিখ - ১৩ মে, ২০২০ ।
স্থান- Office of the Joint Director of Health Services, Tinsukia, Assam 786125
সময় - ১০ বজাৰ পৰা ।
ৰেজিষ্ট্ৰেচনৰ সময়  - ৯ বজাৰ পৰা ১২ বজা ।
https://www.dimpubaruah.com/2020/05/assam-medical-ward-boy-ward-girl-job.html

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক( তেজপুৰ) - Click Here

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক (বাকচা জিলা) -Click Here

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক (গোলাঘাট) -Click Here

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক (তিনিচুকীয়া) -Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

10 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close