অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰণা বিশেষ চাকৰি কৰাৰ সুযোগ । অৰ্হতা - ৮ মান পাছ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । COVID 19 ASSAM JOBS - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, May 11, 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰণা বিশেষ চাকৰি কৰাৰ সুযোগ । অৰ্হতা - ৮ মান পাছ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । COVID 19 ASSAM JOBS

অসম চৰকাৰৰ অধীনত Joint Director of Health Services য়ে মুকলি কৰিছে কেইটামান বিশেষ পদ । চৰকাৰে কৰণা মহামাৰীক ৰোধিবলৈ কেইবাখনো স্পেচিয়েল কভিড-১৯ হস্পিটাল প্ৰস্তুত কৰি তুলিছে ।  সেই হস্পিটালসমূহত  মুকলি হৈছে কিছু খালী পদ । সেই খালী পদসমূহত কিদৰে চাকৰিৰ বাবে আবেদন কৰিব জানিবলৈ আমাৰ লিখনিটো সম্পুৰ্ণ পঢ়ক ।


খালী পদৰ নাম

ক্লিনাৰ । 

শিক্ষাগত অৰ্হতা

অষ্টম মান (৮ পাছ) । 

খালী পদৰ সংখ্যা

৫ টা । 

দৰমহা

১৫ হাজাৰ টকা ।

চাকৰিৰ স্থান -  

তিনিচুকীয়া ।

লগতে পঢ়ক - অসমৰ চৰকাৰী মেডিকেলত খালী গ্ৰেড ফৰৰ ১৮৮ টা পদত চাকৰি । অৰ্হতা - ৮ম মান ।

আবেদন কিদৰে কৰিব -  

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । ইন্টাৰভিউৰ বাবে ফটো আইডেনটিটি প্ৰুফ ( পান কাৰ্ড, ভোাটাৰ কাৰ্ড আদি), চেলফ এটাছ আপোনাৰ চাৰ্টিফিকেট আদি লগত আনিব লাগিব ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান ।

লগতে পঢ়ক - লক্ষীমপুৰ মেডিকেল কলেজত মুকলি ৭৯ টা পদ ।

ইন্টাৰভিউৰ সবিশেষ

তাৰিখ - ১৩ মে, ২০২০ ।
স্থান- Office of the Joint Director of Health Services, Tinsukia, Assam 786125

সময় - ১০ বজাৰ পৰা ।
ৰেজিষ্ট্ৰেচনৰ সময়  - ৯ বজাৰ পৰা ১২ বজা ।

লগতে পঢ়ক - অসম চৰকাৰৰ মেডিকেল ডিপাৰ্টমেন্টত মুকলি ৱাৰ্ড বয়/ বাৰ্ড গাৰ্ল, পিয়ন, এটেনডেন্টৰ চাকৰি |

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

লগতে পঢ়ক -অসম চৰকাৰৰ স্বাস্থ্য বিভাগত মুকলি ২৩৪ টা নাৰ্ছৰ পদ । আজিয়েই আবেদন কৰক ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close