অসম চৰকাৰৰ স্বাস্থ্য বিভাগত মুকলি ২৩৪ টা নাৰ্ছৰ পদ । আজিয়েই আবেদন কৰক । ASSAM GNM JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 8, 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত মুকলি ২৩৪ টা নাৰ্ছৰ পদ । আজিয়েই আবেদন কৰক । ASSAM GNM JOB 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ডাইৰেক্টৰেট অফ মেডিকেল ইডুকেচন বিভাগৰ অধীনত মুকলি ২৩৪ টা নাৰ্ছৰ পদ ।কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া - অনলাইন ।
অনলাইন আবেদনৰ অন্তিম দিন - ৩০ মে , ২০২০ ।

১. ষ্টাফ নাৰ্চ  

খালী পদ - ২০১ টা
শিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা  GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।

২. নাৰ্ছিং ছিছটাৰ 

খালী পদ - ৩৩ টা ।
শিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা  GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।

বয়স

১৮ ৰ পৰা ৩৮ বছৰ । লগতে অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই । 

আবেদন ফিজ

কোনোধৰণৰ আবেদন ফিজ নাই । 

অনলাইন আবেদন আৰম্ভণীৰ দিন -

১৫ মে, ২০২০ ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here ( 15 May, 2020)

1 comment:

  1. Moi BA pass +D.EL.ED+ one years computer interested asil but kenekoi Jan Tate kono সুবিধা নাই যোৱাৰ সেই বাবে বৰ দুঃখিত 8638136662

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close