অসমৰ চৰকাৰী মেডিকেলত খালী গ্ৰেড ফৰৰ ১৮৮ টা পদত চাকৰি । অৰ্হতা - ৮ম মান । জানক কিদৰে আবেদন কৰিব । ASSAM MEDICAL JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 7, 2020

অসমৰ চৰকাৰী মেডিকেলত খালী গ্ৰেড ফৰৰ ১৮৮ টা পদত চাকৰি । অৰ্হতা - ৮ম মান । জানক কিদৰে আবেদন কৰিব । ASSAM MEDICAL JOB 2020

অসম চৰকাৰৰ ডাইৰক্টৰেট অফ মেডিকেল ইডুকেচন ডিপাৰমেন্টৰ অধীনত অসমৰ এখন নতুন মেডিকেল কলেজৰ বাবে মুকলি হৈছে নতুনকৈ ১৮৮ টা পদত চাকৰি । অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ বিষয়ে আজি আমি আপোনালোকক জনাম । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ নাম

গ্ৰেড ফৰ 

আবেদনৰ অন্তিম দিন

৩০ মে , ২০২০ 

আবেদন প্ৰক্ৰিয়া

অনলাইন  

শিক্ষাগত অৰ্হতা

৮ মান উৰ্ত্তীণ 

দৰমহা -  

12,000 টকাৰ পৰা 52,000 টকা লগতে গ্ৰেড পে 3900 টকা

খালী পদসমূহৰ নাম -

1. Ward Boy/Ward Girl
খালী হোৱা পদৰ সংখ্যা : 71
2. Grade-IV
খালী হোৱা পদৰ সংখ্যা: 4
3. Attendant
খালী হোৱা পদৰ সংখ্যা: 10
4. Laboratory Attendant
খালী হোৱা পদৰ সংখ্যা: 30

5. Peon
খালী হোৱা পদৰ সংখ্যা: 6
6. Daftari
খালী হোৱা পদৰ সংখ্যা: 4
7. Stretcher Bearer
খালী হোৱা পদৰ সংখ্যা: 8
8. Sweeper
খালী হোৱা পদৰ সংখ্যা: 15
9. Dissection Hall Attendant
খালী হোৱা পদৰ সংখ্যা: 4
10. Cook
খালী হোৱা পদৰ সংখ্যা: 4
11. Animal Attendant
খালী হোৱা পদৰ সংখ্যা: 21
2. Dhobi/Washerman/ Women
খালী হোৱা পদৰ সংখ্যা: 12
13. Packer
খালী হোৱা পদৰ সংখ্যা: 12
14. Workshop worker
খালী হোৱা পদৰ সংখ্যা: 6

বয়স

১৮ৰ পৰা ৩৮ বছৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই । 

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান ।


চাকৰিৰ স্থান -

লক্ষীমপুৰ মেডিকেল কলেজ

লগতে পঢ়ক - অসম চৰকাৰৰ কভিড-১৯ হস্পিটালত চাকৰি । অৰ্হতা অষ্টম মান

আবেদন ফিজ

কোনোধৰণৰ আবেদন ফিজ নাই । 

কিদৰে আবেদন কৰিব পাৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । 

অনলাইন আবেদন আৰম্ভণীৰ দিন

১৫ মে, ২০২০ ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

6 comments:

  1. Sri kankan bharali from guwahatit medical college

    ReplyDelete
  2. Sir I'm interested peon job this my number..8754180289... please contact me

    ReplyDelete
  3. sir im interested this job my contect no 6000697845

    ReplyDelete
  4. I am interested cock job
    I am professional cock

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close