হিমন্ত বিশ্বৰ ঘোষণা - এইসকল ছাত্ৰ-ছাত্ৰীয়ে পাব ৫০০০ টকাকৈ । HIMANTA BISWA SARMA - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 7, 2020

হিমন্ত বিশ্বৰ ঘোষণা - এইসকল ছাত্ৰ-ছাত্ৰীয়ে পাব ৫০০০ টকাকৈ । HIMANTA BISWA SARMA

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল আয়োজন কৰে । হিমন্ত বিশ্বই কৰা আজি প্ৰধানঘোষণা সমূহ হৈছে -
* বহিৰাজ্যৰ পৰা অহা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে ৫০০০ টকা পৰ্যন্ত আগবঢ়াৱ । 18003453525 নং বা  Assam student help desk টুইটাৰত যোগাযোগ কৰিৱ পাৰে ।
* এই বছৰৰ শিক্ষা বৰ্ষ ৩১ মাৰ্চত শেষ । ১৫ দিনৰ ভিতৰত সিদ্ধান্ত লোৱা হৱ ।

* ১ জুনৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শ্ৰেণী সমূহ আৰম্ভ হৱ । ২০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰী শ্ৰেণীত থাকিৱ নোৱাৰে ।ঘৰৰ ওচৰৰ কলেজ সমূহত শিক্ষা গ্ৰহন কৰিৱ পাৰিৱ ।
* দিক্ষা এপচ সকলো ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিৱ লাগিৱ ।
* ২৬ ৰ পৰা ২৮ তাৰিখ ভিতৰত দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে বাধ্যতামূলক মাক্স পিন্ধি পাঠ্যপুথি সংগ্ৰহ কৰিৱ পাৰিৱ । * দোকানৰ পৰা কৰণা সংক্ৰমিত হলে দোকান বন্ধ কৰি দিয়া হৱ ।
* মাক্স নিপিন্ধাকৈ ঘৰৰ পৰা বাহিৰলৈ আহিলে ৫০০ টকা জৰিমনা ।

লগতে পঢ়ক - অসম চৰকাৰৰ কভিড-১৯ হস্পিটালত চাকৰি । অৰ্হতা অষ্টম মান ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close