অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । কিদৰে কৰিব আবেদন জানক । DECT, Assam Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, September 17, 2020

অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । কিদৰে কৰিব আবেদন জানক । DECT, Assam Jobs 2020

অসম চৰকাৰৰ Directorate of Employment & Craftsmen Training (DECT) য়ে শেহতীয়াকৈ মুকলি কৰিছে 444 টা গ্ৰেড থ্ৰী আৰু গ্ৰেড ফৰ পদ । তাৰে ভিতৰত 138 টা গ্ৰেড ফৰ পদৰ বিষয়ে আজি আমি আলোচনা কৰিম । জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব । সম্পূৰ্ণ লিখনি পঢ়িবলৈ নাপাহৰিব ।

আবেদন প্ৰক্ৰিয়া

অনলাইন 

1. গ্ৰেড ফৰ (Zone Level Employment Exchanges )

খালী পদ : ৫৫ টা
শিক্ষাগত অৰ্হতা :  অষ্টম মান উৰ্ত্তীণ । বাকীসকলেও আবেদন কৰিব পাৰিব ।
দৰমহা - দৰমহা-১২,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা । (গ্ৰেড ফৰ পে বেন্ড)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

2. গ্ৰেড ফৰ (HQ)

খালী পদ : ১৮ টা
শিক্ষাগত অৰ্হতা :  অষ্টম মান উৰ্ত্তীণ । বাকীসকলেও আবেদন কৰিব পাৰিব ।
দৰমহা - ১২,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা । (গ্ৰেড ফৰ পে বেন্ড)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

3. গ্ৰেড ফৰ (ITI)

খালী পদ : ৩৯ টা
শিক্ষাগত অৰ্হতা :  অষ্টম মান উৰ্ত্তীণ ।লগতে Hostel Cook (ITI) ৰ বাবে হোটেলৰ ৰান্ধনী হিচাপে অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ১২,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা । (গ্ৰেড ফৰ পে বেন্ড)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

4. গ্ৰেড ফৰ (Workshop Attendant/Store Attendant ITI)

খালী পদ : ২৬ টা
শিক্ষাগত অৰ্হতা :  অষ্টম মান উৰ্ত্তীণ ।লগতে  ITI আৰু অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - ১২,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা । (গ্ৰেড ফৰ পে বেন্ড)
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী ।

আবেদন ফিজ -

কোনো ধৰণৰ আবেদন ফিজ নাই ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 

অনলাইন আবেদন আৰম্ভণী-

২১ চেপ্তে্ম্বৰ, ২০২০

অনলাইন আবেদনৰ অন্তিম দিন-

১০ অক্টোৱৰ, ২০২০

কি কি ডকুমেন্ট লাগিব

ইচ্ছুক প্ৰাৰ্থীসকলৰ অনলাইন আবেদনৰ বাবে এমপ্লইমেন্ট একচেঞ্জ কাৰ্ডখনৰ লগতে শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ আাৰু ফটো, চহি আপলোড কৰিব লাগিব ।

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

6 comments:

  1. I'm driver my contact number
    6001718572

    ReplyDelete
  2. আবেদন কৰিবলৈ লিংক টো অপেন হোৱা নাই।।

    ReplyDelete
  3. লিংকটো দিলে ভাল হয় . . .

    ReplyDelete
  4. লিংকটো দিলে ভাল হয় . . .

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close