স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী । কত কেনেকৈ কৰিব এপ্লাই জানক । Store Keeper Post Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, September 14, 2020

স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী । কত কেনেকৈ কৰিব এপ্লাই জানক । Store Keeper Post Assam 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । তাৰে ভিতৰত খালী হৈছে হায়াৰ ছেকেণ্ডেৰীৰ বাবে ষ্টৰ কিপাৰৰ পদ । আজি আমি জনাম কিদৰে কেনেকৈ কত আবেদন কৰিব পাৰিব । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Store-Keeper-Jobs-2020

আবেদন প্ৰক্ৰিয়া

অনলাইন ।

খালী পদৰ নাম

Store Keeper (ষ্টৰ কিপাৰ)

খালী পদ

9 টা

শিক্ষাগত অৰ্হতা

HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।

লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।

দৰমহা

Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

বয়স

১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

চাকৰিৰ স্থান

West Karbi Anglong, South Saimara-Mankachar, Majuli, Charaideo, Hojai & Biswanath Chariali লগতে অসমৰ বিভিন্ন জিলাত থকা হস্পিটালসমূহ ।

অনলাইন আবেদন আৰম্ভণী-

10th September, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

24th September,2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close