গোৱালপাৰা আৰু দৰং জিলাৰ ডিচি অফিচত মুকলি 30 টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Goalpara and Darrang DC Office Jobs in 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, September 12, 2020

গোৱালপাৰা আৰু দৰং জিলাৰ ডিচি অফিচত মুকলি 30 টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Goalpara and Darrang DC Office Jobs in 2020

গোৱালপাৰা আৰু দৰং জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে 30 টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।

আবেদন প্ৰক্ৰিয়া

অফলাইন(ডাইৰেক্ট ইন্টাৰভিউ) ।  

পদৰ সংখ্যা

দৰং- ১৪ টা
গোৱালপাৰা- ১৬ টা

ইন্টাৰভিউৰ তাৰিখ -

১৩ চেপ্তেম্বৰ, ২০২০ (Sunday)

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

১৮ বছৰ পৰা ৩৫ বছৰলৈ হ'ব নালগিব।

দৰমহা-

প্ৰতিমাহে ১৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।

লগতে পঢ়ক - বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে  ১৩ চেপ্তেম্বৰ, ২০২০ তাৰিখে নিজৰ নিজৰ নথিপত্ৰলৈ তলত দিয়া ঠিকনাত যাব লাগিব ।
গোৱালপাৰা
Date: 13th September, 2020 (Sunday)
Time: 09:00 AM to 03:00 PM
Venue: DC's Office, Goalpara
দৰং
Date: 13.09.2020 (Sunday)
Reporting Time: 9.30 AM.
Venue: Conference Hall, O/o the Deputy Commissioner, Darrang.


গোৱালপাৰা Link1   
দৰং
Link2

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close