বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা । আবেদন কিদৰে কৰিব চাওক । Forest Department Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, September 12, 2020

বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা । আবেদন কিদৰে কৰিব চাওক । Forest Department Jobs 2020

শেহতীয়াকৈ অসম চৰকাৰৰ বন বিভাগ, ডিমা হাচাওত মুকলি হৈছে গ্ৰেড ফৰ আৰু গ্ৰেড থ্ৰীৰ বাবে মুকলি হৈছে সৰ্বমূঠ ২১ টা পদত চাকৰি । ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ।আজি আমি এই পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
 
Forest Department Jobs 2020
Forest Department Jobs 2020

আবেদন প্ৰক্ৰিয়া - 

অফলাইন( ডাকযোগে) ।

1. অফিচ পিয়ন

খালী পদ :  ২ টা
শিক্ষাগত অৰ্হতা :   অষ্টম মান উৰ্ত্তীণ ।
দৰমহা - ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

2. চকিদাৰ

খালী পদ : ১ টা
শিক্ষাগত অৰ্হতা :   অষ্টম মান উৰ্ত্তীণ ।
দৰমহা - ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক-  স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী ।

3.  ফৰেষ্ট গাৰ্ড

খালী পদ : ১০ টা
শিক্ষাগত অৰ্হতা :    হায়াৰ ছেকেণ্ডেৰী  উৰ্ত্তীণ ।
শাৰিৰীক অৰ্হতা- পুৰুষ ( উচ্চতা General-  163 cm আৰু Hill & Plain tribes-153 cm) (বুকু Normal- 79 cm আৰু বুকু Expanded -84 cm)   মহিলা ( উচ্চতা General-  150 cm আৰু Hill & Plain tribes-145 cm) 
দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০৫০০ টকা লগতে গ্ৰেড পে  ৫৬০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

4.  ফৰেষ্টাৰ-১

খালী পদ : ৫ টা
শিক্ষাগত অৰ্হতা :  যিকোনো গ্ৰেডুৱেট ।
শাৰিৰীক অৰ্হতা- পুৰুষ ( উচ্চতা General-  163 cm আৰু Hill & Plain tribes-153 cm) (বুকু Normal- 79 cm আৰু বুকু Expanded -84 cm)   মহিলা ( উচ্চতা General-  150 cm আৰু Hill & Plain tribes-145 cm) 
দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০৫০০ টকা লগতে গ্ৰেড পে ৬৪০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

5.  জুনিয়ৰ এছিছটেন্ট

খালী পদ : ৩ টা
শিক্ষাগত অৰ্হতা :  যিকোনো গ্ৰেডুৱেট ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৬০৫০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা  । লগতে কম্পিউটাৰৰ অৰ্হতা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

আবেদন ফিজ - 

কোনো ধৰণৰ আবেদন ফিজ নাই ।

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন(ডাকযোগে) আবেদন কৰিব পাৰিব । আবেদনৰ সবিশেষ তলত দিয়া হৈছে ।ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ১০ টকাৰ Council Court fee stump ৰ লগত ২ কপি পাছপৰ্ট ফটোৰ লগত তলত দিয়া নথিসমূহ পঠিয়াব লাগিব 
i) Education certificate. (শিক্ষাগত অৰ্হতাৰ নথিপত্ৰ)
ii) Age proof certificate. (বয়সৰ প্ৰমাণপত্ৰ)
iii) Employment Exchange Registration Card. (এপ্লইমেন্ট এখচেঞ্জ কাৰ্ড )
iv) HSLC/HSSLC/Degree and other relevant document.

ঠিকনা-

O/O Divisional Forest Office
(a) Dima Hasao Forest Division (West), Haflong
(b) Dima Hasao Forest Division (East), Haflong
(c) Southern Afforestation Division. Sarkari Bagan, Haflong

আবেদনৰ অন্তিম দিন- 

21th September,2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক ।

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close