অসম চৰকাৰৰ অটল অমৃত অভিযানৰ নতুন চাকৰি মুূকলি । হায়াৰ ছেকেণ্ডেৰী পাছ হলেই কৰিব পাৰিব আবেদন । কিদৰে চাওক । ATAL AMRIT JOBS ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, September 11, 2020

অসম চৰকাৰৰ অটল অমৃত অভিযানৰ নতুন চাকৰি মুূকলি । হায়াৰ ছেকেণ্ডেৰী পাছ হলেই কৰিব পাৰিব আবেদন । কিদৰে চাওক । ATAL AMRIT JOBS ASSAM 2020

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(National Health Mission)ৰ অধীনত অসম চৰকাৰৰ অটল অমৃত অভিযান চাচাইটিৰৰ বাবে ৪২৯ টা ঠিকাভিত্তিক চাকৰিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ।আজি আমি এই পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।

আবেদন প্ৰক্ৰিয়া

অনলাইন ।

1.আৰোগ্য মিত্ৰ

খালী পদ : ৬০ টা
শিক্ষাগত অৰ্হতা :  হায়াৰ ছেকেণ্ডেৰী (বিজ্ঞান) ) লগতে কম্পিউটাৰৰ বিষয়ে জ্ঞান থাকিব লাগিব । অসমীয়া, ইংৰাজী আৰু হিন্দী জানিব লাগিব । এপ্লইমেন্ট একচেঞ্জ কাৰ্ড থাকিব লাগিব ।
দৰমহা - ২০,০০০ টকা । লগতে আকৰ্ষণীয় ইনচেনটিভ ।
বয়স- ৩০ বছৰ পৰ্যন্ত ।

লগতে পঢ়ক - বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।

2. প্ৰধানমন্ত্ৰী আৰোগ্য মিত্ৰ

খালী পদ : ৩৬৯ টা
শিক্ষাগত অৰ্হতা :  হায়াৰ ছেকেণ্ডেৰী (বিজ্ঞান) ) লগতে কম্পিউটাৰৰ বিষয়ে জ্ঞান থাকিব লাগিব । অসমীয়া, ইংৰাজী আৰু হিন্দী জানিব লাগিব । এপ্লইমেন্ট একচেঞ্জ কাৰ্ড থাকিব লাগিব ।
দৰমহা - ২০,০০০ টকা । লগতে আকৰ্ষণীয় ইনচেনটিভ ।
বয়স- ৩০ বছৰ পৰ্যন্ত ।

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । আবেদনকাৰী প্ৰাৰ্থীসকলৰ ইন্টাৰভিউৰ সবিশেষ www.aaas-assam.in/ নাইবা https://nhm.assam.gov.in তাৰিখ, স্থানৰ সৈতে প্ৰকাশ কৰা হব । নিয়মিতভাৱে আবেদনকাৰীসকলে এই ৱেৱচাইট কেইটা চাই থাকিব ।

অনলাইন আবেদন আৰম্ভণী-

10th September, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

23th September,2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close