আকৌ মুকলি আবকাৰী বিভাগত চাকৰি । অৰ্হতা দশম মানৰ পৰা । কিদৰে কৰিব আবেদন চাওক । Excise Department Recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, September 11, 2020

আকৌ মুকলি আবকাৰী বিভাগত চাকৰি । অৰ্হতা দশম মানৰ পৰা । কিদৰে কৰিব আবেদন চাওক । Excise Department Recruitment 2020

Excise Department Recruitment 2020 Assam

অসম চৰকাৰৰ আবকাৰী বিভাগ( Excise Department, Assam)ত পুন: খালী হৈছে কিছু পদ । আজি আমি জনাম কত কিদৰে কেনেকৈ আবেদন কৰিব পাৰিব । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ ।
Excise Department Jobs in Assam 2020
 Excise Department Jobs in Assam 2020

আবেদন প্ৰক্ৰিয়া

অনলাইন । 

Excise Department Recruitment 2020 Details(আবকাৰি বিভাগৰ চাকৰিৰ সবিশেষ)

১. ড্ৰাইভাৰ(Driver)

খালী পদ: ২০ টা 
শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ (HSLC passed) লগতে driving License (LMV) 
দৰমহা : Rs.14000 – Rs.60,500 (Pay Band No. 2) লগতে গ্ৰেড পে Rs.5,200/- 
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক - বন বিভাগত মুকলি চাকৰি । অৰ্হতা- অষ্টম মানৰ পৰা ।

২.জুনিয়ৰ এছিছটেন্ট(Junior Assistant)

খালী পদ: ১২ টা ।
শিক্ষাগত অৰ্হতা :  গ্ৰেডুৱেট লগতে কম্পিউটাৰৰ দক্ষতা থকাটো বাঞ্চনীয় ।
দৰমহা : Rs.14000 – Rs.60,500 লগতে গ্ৰেড পে  Rs.6,200/
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক-  স্বাস্থ্য বিভাগত মুকলি হৈছে ষ্টৰ কিপাৰৰ পদ । অৰ্হতা হায়াৰ ছেকেণ্ডেৰী ।

৩. সহকাৰী কেমিষ্ট(Asstt. Chemist)

খালী পদ: ৪ টা ।
শিক্ষাগত অৰ্হতা :  B.Sc. with Chemistry ।
দৰমহা : Rs.14000 – Rs.60,500 লগতে গ্ৰেড পে  Rs.6,200/
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) 

অনলাইন আবেদন আৰম্ভণী-

12th September, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

30th September,2020 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক । (১২ চেপ্তেম্বৰ পৰা মুকলি)

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close