বঙাইগাঁও জিলাৰ ডিচি অফিচত মুকলি ১২টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Bongaigaon DC Office Jobs in 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, September 10, 2020

বঙাইগাঁও জিলাৰ ডিচি অফিচত মুকলি ১২টা পদত চাকৰি । কিদৰে কৰিব আবেদন চাওক । Bongaigaon DC Office Jobs in 2020

বঙাইগাঁও জিলাৰ ডিচি অফিচত শেহতীয়াকৈ মুকলি হৈছে ১২টা অৰুণোদয় সহায়ক পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া । ইচ্ছুক প্ৰাৰ্থীসকলে উপায়ুক্ত কাৰ্যালয়ত চাকৰি কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এই বিজ্ঞাপনটো পঢ়িব পাৰে আৰু আবেদন কৰিব পাৰে। আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Bongaigaon DC Office Jobs in 2020

আবেদন প্ৰক্ৰিয়া

অনলাইন ।  

পদৰ সংখ্যা

 ১২টা

আবেদনৰ অন্তিম তাৰিখ-

১৪ চেপ্তেম্বৰ, ২০২০

পদৰ নাম

অৰুণোদয় সহায়ক 

বয়স -  

১৮ বছৰ পৰা ৩৫ বছৰলৈ হ'ব নালগিব।

দৰমহা-

বিজ্ঞাপনত উল্লেখ কৰা নাই যদিও বাকী জিলাসমূহত অৰুণোদয় সহায়ক পদৰ বাবে প্ৰতিমাহে ১৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । 

শিক্ষাগত অৰ্হতা/ অনান্য যোগ্যতা

আবেদনকাৰী প্ৰাৰ্থীজন যিকোনো শাখাত গ্ৰেজুৱেশ্যন হোৱাৰ লগতে অতিকমেও কম্পিউটাৰ এপলিকেশ্যনত ১ বছৰৰ ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত পুন: বৃহৎ নিযুক্তি । খালী ৮১৩ টা পদ । 

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নালাগে ।

কিদৰে আৱেদন কৰিব লাগিব- 

ইচ্ছুক প্ৰাৰ্থীয়ে  ১৪ চেপ্তেম্বৰ, ২০২০ ৰ বিয়লি ৫ বজাৰ ভিতৰত তলত দিয়া লিংকত ক্লিক কৰি অনলাইন আবেদন কৰিব লাগিব । অধিক খৱৰৰ বাবে প্ৰাৰ্থীসকলে নিয়মিতভাৱে https://niyog.assam.gov.in/bongaigaon/ ৱেৱচাইট চাই থাকিব লাগিব ।


চৰকাৰে পৰা বিজ্ঞাপনইয়াত ক্লিক কৰক
আবেদন ফৰ্মইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close