অৱশেষত
দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অসম চৰকাৰৰ শিক্ষা বিভাগে মুকলি কৰিলে টেট-২০১৯ ৰ
অফিচিয়েল বিজ্ঞাপন । কত কিদৰে কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ নিম্নতম
অৰ্হতা কি সকলোবোৰ আজি আমি আলোচনা কৰিম ।
ৰেহাই - SC/ST/OBC/MOBC/PWD (PH) ৰ বাবে ৫ শতাংশ নম্বৰ ৰেহাই ।
পৰীক্ষাত কোনো ধৰণৰ Negative Marking নাথাকে ।
অনলাইন আবেদনৰ অন্তিম দিন - ১৭ চেপ্তেম্বৰ
এডমিট কাৰ্ড মুকলি - ৩০ চেপ্তেম্বৰ, ২০১৯
টেট পৰীক্ষাৰ দিন - ২০ অক্টোৱৰ, ২০১৯
টেট আবেদন আৰম্ভৰ দিন - ২ চেপ্তেম্বৰ,২০১৯
অৰ্হতা -
আবেদন কৰিবলৈ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।
প্ৰাৰ্থীজনৰ নিম্নোক্ত শিক্ষাগত অৰ্হতা থাকিব লাগিব -
নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ৰ বাবে
- হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) নাইবা
- হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া Bachelor of Elementary Education (B.El.Ed) ( বিএড) নাইবা
- গ্ৰেডুৱেট লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) ।
উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ৰ বাবে
- গ্ৰেডুৱেট লগতে ২ বছৰীয়া Diploma in Elementary Education ( ডিএলএড) ।
- গ্ৰেডুৱেট ৫০ শতাংশ নম্বৰৰ লগতে ১ বছৰীয়া Bachelor of Elementary Education (B.El.Ed) ( বিএড)।
- হায়াৰ চেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া Bachelor of Elementary Education (B.El.Ed) ( বিএড)।
- হায়াৰ ছেকেণ্ডেৰী ৫০ শতাংশ নম্বৰৰ লগতে ৪ বছৰীয়া B.A./B. Sc. Ed. Or B.A. Ed/B. Sc. Ed.
ৰেহাই - SC/ST/OBC/MOBC/PWD (PH) ৰ বাবে ৫ শতাংশ নম্বৰ ৰেহাই ।
টেট পৰীক্ষা -
আবেদনকাৰীসকলে ১৫০ মিনিটৰ PAPER 1 (নিম্ন প্ৰাৰ্থমিক বিদ্য়ালয়ৰ বাবে) আৰু PAPER 2 (উচ্চ প্ৰাৰ্থমিক বিদ্য়ালয়ৰ বাবে) পৰীক্ষা দিব লাগিব । যিসকলে পৰীক্ষাত ৬০% নম্বৰ লাভ কৰিব তেঁওলোক টেট উৰ্ত্তীণ বুলি ধৰা হব ।পৰীক্ষাৰ মাধ্যম -
Assamese, Bengali, Bodo, Hindi, Englishআবেদনৰ মাচুল -
PAPER 1ৰ বাবে ৩৫০ আৰু PAPER2 ৰ বাবে ৩৫০ টকা আবেদন মাচুল দিব লাগিব । SC/ST/OBC/MOBC/PWD (PH) ৰ বাবে ৫০ টকা ৰেহাই ।পৰীক্ষাত কোনো ধৰণৰ Negative Marking নাথাকে ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । আমি আপোনাৰ সুবিধাৰ্থে চমুকৈ টেট আবেদনৰ বিষয়ে জনালো । আবেদন কৰাৰ আগতে সম্পূৰ্ণ বিজ্ঞাপন পঢ়ি লোৱাটো আপোনাৰ দায়িত্ব ।অনলাইন আবেদনৰ অন্তিম দিন - ১৭ চেপ্তেম্বৰ
এডমিট কাৰ্ড মুকলি - ৩০ চেপ্তেম্বৰ, ২০১৯
সম্পৰ্ণ বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE
আবেদন কৰিবলৈ ক্লিক কৰক - APPLY NOW 1 APPLY NOW 2
LP চিলেবাচ ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD(LP)
UP চিলেবাচ ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD(UP)
বহুতৰে মনলৈ অহা প্ৰশ্নটো হৈছে DELED বা BED নাথাকিলে আবেদন কৰিব পাৰিব নে নাই ? উত্তৰ হৈছে পাৰিব কিন্তু আপুনি DELED বা BED পঢ়ি আছো বুলি দেখুৱাব লাগিব ।কিন্তু এটা কথা স্পষ্ট টেট পাছ কৰিলেও শিক্ষকৰ পদত আবেদন কৰিলে ডিএলএড বা বিএড লাগিব ।
nice
ReplyDeleteডিএলএড সম্পূৰ্ণ নহলেও আবেদন কৰিব পাৰিব নে নাই সেইয়া স্পষ্ট নহয় । ২ চেপ্তেম্বৰত যেতিয়া অনলাইন আবেদন মুকলি হব তেতিয়াহে এই কথাটো জানিব পৰা যাব । কিন্তু এটা কথা স্পষ্ট টেট পাছ কৰিলেও শিক্ষকৰ পদত আবেদন কৰিলে ডিএলএড বা বিএড লাগিব ।
ReplyDeleteডিএলএড সম্পূৰ্ণ নহলেও আবেদন কৰিব পৰা যাব নে
ReplyDeleteD.el.ed pass korilu marksheet aha ni parim ne
ReplyDeleteMoi DELEd kora a nai parim ne apply koribo
ReplyDeleteOur new Assamese blogging site
ReplyDeletehttps://wwww.assamblog.ml/
Nice Information...
ReplyDeleteAssam TET 2019
Nrc assam online check
Assam jobs
Job News Assam
ReplyDeletethanks
ReplyDelete