পুন: অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত ২৫ টা পদৰ মুকলি চাকৰি । অৰ্হতা - অষ্টম মানৰ পৰা । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । Assam Govt Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 16, 2020

পুন: অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত ২৫ টা পদৰ মুকলি চাকৰি । অৰ্হতা - অষ্টম মানৰ পৰা । আবেদন কিদৰে কৰিব জানিবলৈ ক্লিক কৰক । Assam Govt Job 2020

অসম চৰকাৰৰ কভিড-১৯ কোৰাউন্টাইন চেন্টাৰত মুকলি চাকৰি 

অসম চৰকাৰে স্থাপন কৰা কোৱাৰইন্টান চেন্টাৰসমূহত শেহতীয়াকৈ নিযুক্তি বিচাৰি আবেদন বিচৰা হৈছে আৰু পোনপোটিয়াকৈ ইন্টাৰভিউৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । কত কিদৰে কেনেকৈ এই চাকৰি লাভ কৰিব পাৰিব সেইয়া আজি আমি আপোনালোকক জনাম । আমাৰ লিখনিটো সম্পূ্ৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন (ডাইৰেক্ট ইন্টাৰভিউ)

নিযোজক

ডিচি অফিচ , বাকচা

খালী পদৰ নাম -

শিক্ষাগত অৰ্হতা-

অষ্টম মান (৮ পাছ) । (দশম মান , হাইয়াৰ ছেকেণ্ডেৰী আদি সকলেও আবেদন কৰিব পাৰিব)

খালী পদৰ সংখ্যা -

২৫ টা ।

দৰমহা-

১৫ হাজাৰ টকা ।

চাকৰিৰ স্থান -

  1. বাথৌপুৰি ইনডৰ ষ্টেটেডিয়াম । 
  2. ইনটিগ্ৰেটেড টেক্সটাইল পাৰ্ক, সাৰুৱাজান । 
  3. ইনডৰ হল অফ শালবাৰী ষ্টেডিয়াম, কালবাৰী
  4. টামুলপুৰ গাৰ্লছ হাইস্কুল , গাৰ্লছ হষ্টেল ।

আবেদন কিদৰে কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । ইন্টাৰভিউৰ বাবে ফটো আইডেনটিটি প্ৰুফ ( পান কাৰ্ড, ভোাটাৰ কাৰ্ড আদি), চেলফ এটাছ আপোনাৰ চাৰ্টিফিকেট আদি লগত আনিব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ -

তাৰিখ - ১৭ আৰু ১৮ মে , ২০২০
স্থান- District Sports Complex , বাথৌপুৰি, বাকচা, মুছলপুৰ ।
 সময় - ১০.৩০ বজাৰ পৰা ।
Note - আমালৈ অহা খৱৰ অনুসৰি আজি হবলগীয়া বাকচা জিলাৰ কভিদ ১৯ ৰ কোৱাৰাইন্তাইন চেন্টাৰ interview পিছুৱাই দিয়া হৈছে ।
https://www.dimpubaruah.com/2020/05/assam-medical-ward-boy-ward-girl-job.html

লগতে পঢ়ক - অসমৰ স্বাস্থ্য বিভাগত মুকলি ৭১ টা ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদ । অনলাইন আবেদন চলি আছে । অৰ্হতা - অষ্টম মানৰ পৰা ।

চাকৰিটোৰ সবিশেষ চৰকাৰে দিয়া বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

লগতে পঢ়ক -অসম চৰকাৰৰ স্বাস্থ্য বিভাগত মুকলি ২৩৪ টা নাৰ্ছৰ পদ । আজিয়েই আবেদন কৰক ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close