অসমৰ স্বাস্থ্য বিভাগত মুকলি ৭১ টা ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদ । অনলাইন আবেদন চলি আছে । অৰ্হতা - অষ্টম মানৰ পৰা । ASSAM MEDICAL WARD BOY WARD GIRL JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 19, 2020

অসমৰ স্বাস্থ্য বিভাগত মুকলি ৭১ টা ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদ । অনলাইন আবেদন চলি আছে । অৰ্হতা - অষ্টম মানৰ পৰা । ASSAM MEDICAL WARD BOY WARD GIRL JOB 2020

অসম চৰকাৰৰ ডাইৰক্টৰেট অফ মেডিকেল ইডুকেচন ডিপাৰমেন্টৰ অধীনত অসমৰ এখন নতুন মেডিকেল কলেজৰ বাবে মুকলি হৈছে নতুনকৈ ৭১ টা বাৰ্ড বয়-ৱাৰ্ড গাৰ্লৰ পদৰ চাকৰি । । অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ বিষয়ে আজি আমি আপোনালোকক জনাম । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।


খালী পদৰ নাম -

ৱাৰ্ড বয়-ৱাৰ্ড গাৰ্ল

খালী হোৱা পদৰ সংখ্যা-

৭১ টা

ৱাৰ্ড বয়/ৱাৰ্ড গাৰ্ল সকলৰ কি কাম হয়

এজন ৱাৰ্ড বয়/ৱাৰ্ড গাৰ্লক সাধাৰণতে ৰোগীৰ শুশ্ৰষাৰ বাবে নিয়োগ কৰা হয় । ৱাৰ্ড বয়/ৱাৰ্ড গাৰ্ল এজনে ৰোগীৰ প্ৰয়োজনীয় যিখিনি কাম কাজ যাৰ দ্বাৰা ৰোগীৰ অসুবিধা দূৰ কৰিব পাৰি সেইয়া কৰিব লগা হয় ।

লগতে পঢ়ক - অসম চৰকাৰৰ বন বিভাগত মুকলি ১০০০ টা চাকৰি । অৰ্হতা - দশম মান/ হায়াৰ ছেকেণ্ডেৰী ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন

অনলাইন আবেদন আৰম্ভণীৰ দিন 

১৫ মে ,২০২০

আবেদনৰ অন্তিম দিন -

৩০ মে ,২০২০(৬ জুনলৈ বৃদ্ধি আবেদন প্ৰক্ৰিয়া)

শিক্ষাগত অৰ্হতা -

৮ মান উৰ্ত্তীণ (মেট্ৰিক পাছ বা আন উচ্চ শিক্ষা থকা লোকেও আবেদন কৰিব পাৰিব)

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

দৰমহা -

12,000 টকাৰ পৰা 52,000 টকা লগতে গ্ৰেড পে 3900 টকা

বয়স -

১৮ৰ পৰা ৩৮ বছৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই ।

আবেদন ফিজ -

কোনোধৰণৰ আবেদন ফিজ নাই ।

চাকৰিৰ স্থান -

কিদৰে আবেদন কৰিব পাৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

5 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close