পাবলিক হেল্থ বিভাগত চাকৰি , তেজপুৰ । Public Health Engineering Department , Tezpur Jobs 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, February 1, 2021

পাবলিক হেল্থ বিভাগত চাকৰি , তেজপুৰ । Public Health Engineering Department , Tezpur Jobs 2021

Public Health Engineering Department , Tezpur Jobs

আবেদনৰ অন্তিম তাৰিখ: 05/02/2021

অসম চৰকাৰৰ অধীনত PHE, Tezpurৰ  ড্ৰাইভাৰ (গ্ৰেড-III) আৰু পিয়ন, চকীদাৰ (গ্ৰেড-IV) ৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে এই চাকৰিৰ ভৰ্তিৰ বাবে আবেদন কৰিব পাৰে ।

লগতে পঢ়ক - ভূমি সংৰক্ষণ বিভাগত মুকলি চাকৰি । সকলোৱে কৰিব পাৰিব আবেদন ।

Public Health Tezpur Jobs 2021

1. পদৰ নাম:  ড্ৰাইভাৰ

পদৰ সংখ্যা : 01 [UR]

দৰমহা : 14000-49000 টকা+GP+অন্যান্য ভাট্টা

শিক্ষাগত যোগ্যতা: দশম মান বা মেট্ৰিক পাছ । জিলা পৰিবহন কৰ্তৃপক্ষই জাৰি কৰা চাৰি চকীয়া গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ (এলএমভি) ।

আমাৰ Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত

2. পদৰ নাম: পিয়ন ।

পদৰ সংখ্যা : 01 [UR]

দৰমহা :  12000-37500+GP+অন্যান্য ভাট্টা

শিক্ষাগত অৰ্হতা : অষ্টম শ্ৰেণী ।
 

3. পদৰ নাম: চকীদাৰ ।

পদৰ সংখ্যা : 01 [UR]

দৰমহা : 12000-37500+GP+অন্যান্য ভাট্টা

শিক্ষাগত অৰ্হতা : অষ্টম শ্ৰেণী 

Eligibility criteria for PHE Tezpur Jobs 2021

I) Nationality: আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিৱ আৰু লগতে আবেদনকাৰীৰ নামত PRC/Voter ID Card/Aadhar Card ৰ যিকোনো এটা নথি থাকিব লাগিব । এই নথি বোৰ আবেদনৰ লগত জমা দিৱ লাগিব।

II) আবেদনকাৰীৰ অৱশ্যই অসমৰ বৈধ Employment Exchange registration থাকিব লাগিব আৰু ইয়াত ফটো কপি আবেদনৰ লগত জমা দিব লাগিব।

III) Age limit/বয়সৰ সীমা: আবেদনকাৰীৰ বয়স 36 বেছি আৰু 18 বছৰৰ কম হব নোৱাৰিব ।

Application fees: কোনো ধৰনৰ আবেদন ফিচ নেলাগে। 

How to apply for PHE Tezpur Jobs2021

আবেদনকাৰীসকলে স্ট্যান্ডার্ড ফৰ্ম সৈতে তলত দিয়া ডকুমেন্টবোৰ জমা দিব লাগিব –

  • দুটা ৰঙিন passport size ৰ  ফটোগ্ৰাফ।
  • Caste চাৰ্টিফিকেট (যদি আছে)
  • Educational qualification certificate
  • Age certificate

আবেদন পত্ৰখন 05-02-2021 তাৰিখৰ আগত তলত উল্লেখিত ঠিকনাত পঠিয়াৱ লাগিৱ।

ঠিকনা: Member secretary, Selection Committee cum Executive Engineer (PHE), Tezpur Division No-i, Tezpur

গুৰুত্বপূৰ্ণ ৱেব-লিংক

বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close