স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি নিযু্ক্তি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা । কিদৰে কৰিব আবেদন চাওক Directorate of Health Services (FW), Govt of Assam Recruitment 2020 - Apply Online - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, October 1, 2020

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি নিযু্ক্তি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা । কিদৰে কৰিব আবেদন চাওক Directorate of Health Services (FW), Govt of Assam Recruitment 2020 - Apply Online

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে আন এক বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে Directorate of Health Services (FW), Govt of Assam য়ে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । সৰ্বমুঠ  ৫৯৪ টা পদ খালী হৈছে আৰু এই পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Assam Medical Department Jobs 2020

আবেদন প্ৰক্ৰিয়া -

অনলাইন ।  

1. ANM (Auxiliary Nurse & Midwives)

খালী পদ : 545 টা
শিক্ষাগত অৰ্হতা : Assam Govt. Institution or Institution recognized by India Nursing Council  ৰ পৰা ANM Training কৰা হব লাগিব লগতে  Assam Nursing Council ৰ ৰেজিষ্টাৰ হব লাগিব ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

2. Field Worker/ Social Worker

খালী পদ : 11 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

3. Field & Evaluation Worker

খালী পদ : 3 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

4. Computor

খালী পদ : 16 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

লগতে পঢ়ক - গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত ।

5. Junior Assistant

খালী পদ : 8 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা কৰ্ছ ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

6. Steno Typist

খালী পদ : 7 টা
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট লগতে Diploma in Stenography ।
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

7. Laboratory Technician

খালী পদ : 3 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে Diploma / Certificate in Laboratory Technician
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

8. Refrigerator Mechanic

খালী পদ : 3 টা
শিক্ষাগত অৰ্হতা : HSSLC (হায়াৰ ছেকেণ্ডেৰী) লগতে  ITI Diploma.
দৰমহা - Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs 7600/-. 
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

অনলাইন আবেদন আৰম্ভণী-

6th Oct, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

21st Oct, 2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/directorate-of-health-services-fw-govt.html

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close