স্বাস্থ্য বিভাগত মুকলি নাৰ্ছৰ ৫৪৫ টা পদ । আবেদন কিদৰে কৰিব পঢ়ক । Assam ANM Nurse Vacancy 2020 | Apply Online - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, October 2, 2020

স্বাস্থ্য বিভাগত মুকলি নাৰ্ছৰ ৫৪৫ টা পদ । আবেদন কিদৰে কৰিব পঢ়ক । Assam ANM Nurse Vacancy 2020 | Apply Online

Assam ANM Nurse Vacancy 2020 | Apply Online

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে নাৰ্ছৰ বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া । ইতিমধ্যে Directorate of Health Services (FW), Govt of Assam য়ে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । এই খালী পদসমূহৰ বিষয়ে আপোনালোকক জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Assam ANM Nurse Vacancy 2020

আবেদন প্ৰক্ৰিয়া:

অনলাইন ।

খালী পদৰ নাম :

ANM (Auxiliary Nurse & Midwives)

খালী পদ : 

545 টা

শিক্ষাগত অৰ্হতা : 

Assam Govt. Institution or Institution recognized by India Nursing Council  ৰ পৰা ANM Training কৰা হব লাগিব লগতে  Assam Nursing Council ৰ ৰেজিষ্টাৰ হব লাগিব ।

লগতে পঢ়ক - গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত ।

দৰমহা:

Rs.14000/- Rs. 60500/- লগতে গ্ৰেড পে Rs.6200/-.

বয়স:

১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)  

আবেদন ফিজ

কোনো ধৰণৰ আবেদন ফিজ নাই ।

অনলাইন আবেদন আৰম্ভণী-

6th Oct, 2020 

অনলাইন আবেদনৰ অন্তিম দিন

21st Oct, 2020 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/directorate-of-health-services-fw-govt.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close