গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত । Benefits Of Drinking Hot Water in Assamese | Health tips in Assamese | - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, October 3, 2020

গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত । Benefits Of Drinking Hot Water in Assamese | Health tips in Assamese |

Benefits Of Drinking Hot Water in Assamese

আমি সাধাৰণতে দৈনিক দেখিবলৈ পোৱা বিভিন্ন বনৌষধী, ফুল, পাত আদিৰে বহুৰোগ নিৰাময় কৰিব পাৰো । কিন্তু বহুক্ষেত্ৰত বনৌষধ চিনাক্ত কৰণ, পৰিমাণ আদিৰ স্পষ্ট ধাৰণা আৰু নিৰ্দেশনাৰ অভাৱত ইচ্ছা থাকিলেও প্ৰাকৃতিক চিকিৎসাৰ প্ৰতি হেমাহিৰ কাৰণ হৈ পৰে । তেনেক্ষেত্ৰত আপুনি ইয়াৰ বিকল্প হিচাপে আহকচোন গৰম পানী ব্যৱহাৰ কৰিব পাৰে । আজি আমি জনাম গৰম পানীৰ দ্বাৰাই আপুনি কিদৰে আপোনাৰ বহুতো ৰোগ আৰোগ্য কৰিব পাৰিব । গতিকে আহক আৰম্ভ কৰো । 

Health-tips-in-Assamese
Health-tips-in-Assamese
 

ইতিমধ্যে গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে গৰম পানীয়ে মূৰৰ বিষ, মাইগ্ৰেন, উচ্চ /নিম্ন ৰক্তচাপ, অনিমীয়া হৃদস্পন্দন, কলেষ্ট্ৰল বৃদ্ধি , কফ, অসহজতা, গাঁঠিৰ বিষ, হাপানী , শিৰা ৰোদ্ধ, মূত্ৰ ৰোগ, উদৰৰোগ, স্মৰণ বিকাৰ, চকু, কান, নাক, ডিঙি সম্বন্ধীয় ৰোগত ১০০% ফলপ্ৰসু হিচাপে কাম কৰে । কিন্তু এই গৰম পানী খোৱাৰ নিৰ্দিষ্ট নিয়ম আাছে । কেতিয়া কেনেকৈ কিদৰে খাব সেইয়া আমি জনাম ।

লগতে পঢ়ক -কণীৰ বাকলিৰ আচৰিত গুণ

গৰম পানী কেনেকৈ খাব

ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি  খালি পেটত ৪-৬ গিলাচ গৰম পানী খাব । পানী খোৱা হোৱাৰ পাছত দাত মঞ্জন কৰিব আৰু ৪৫ মিনিট সময়লৈকে একো নোখোৱাকৈ থাকিব । আৰম্ভণিতে চাৰি গিলাচ নোৱাৰিলে অলপ অলপকৈ বঢ়াব। গৰম পানীৰে বিভিন্ন ৰোগৰ পৰা আৰোগ্য পোৱাৰ সময় সীমা হৈছে -

১- ডাইবেটিজ-৩০ দিন।

২- মূৰৰ বিষ/মাইগ্ৰেণ- ৩ দিন।

৩- পেটৰ ৰোগ- ১০ দিন। 

৪- ইউটেৰাচ ৰোগ-১০ দিন।

৫- শিৰাৰোদ্ধতা- ৬ মাহ। 

৬- আভোক- ১০ দিন। 

৭- কেন্চাৰ -৯ মাহ।

৮- নাক/কান/ডিঙি -১০ দিন। 

৯- মাহেকীয়া সমস্যা - ১৫ দিন। 

১০- হৃদয় ৰোগ-৩০ দিন। 

১১- ব্লাড প্ৰেচাৰ-৩০ দিন ।

১২-কলেষ্টৰেল- ৪ মাহ। 

১৩- পেৰালাইচিচ- ৯ মাহ। 

১৪- হাপানী-৪ মাহ।

লগতে পঢ়ক-  গৰম পানী খাই ওজন হ্ৰাস কৰক । কিমান গৰম , কিমান সময়ত কিদৰে খাব ।

ঠাণ্ডা পানী আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । ফ্ৰিজৰ পানী যিমান পাৰে পৰিহাৰ কৰক । ঠাণ্ডা পানী খোৱা পৰিহাৰ কৰাৰ এটা মুখ্য কাৰণ হৈছে ই আপোনাৰ হজমৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায় ।  ঠাণ্ডা পানীয়ে ৰক্ত নলীবোৰ সংকুচিত কৰে আৰু হজম প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে। ঠাণ্ডা পানীয়ে হৃদস্পন্দনৰ হাৰ হ্ৰাস কৰে যিটো হৃদয় ৰোগ আৰু হাৰ্ট এটেকৰ কাৰণ হৈ পৰে। ।

লগতে পঢ়ক - অসম চৰকাৰৰ নিযুক্তি । মুকলি গাঁওবুঢ়াৰ ২৯ টা পদ । অৰ্হতা- দশম মান ।

ইয়াৰ উপৰিও প্লাষ্টিকৰ পাত্ৰত গৰম চাহ/পানী বা গৰম আহাৰ বৰ্জন কৰিব । প্লাষ্টিকৰ প্লেটত গৰম খাদ্য খোৱাৰ ফলত কিডনিত পাথৰৰ আশংকা বৃদ্ধি হ'ব পাৰে ।

বিঃদ্ৰঃ অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আনকো সজাগ হোৱাত সহায় কৰিব ।

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/benefits-of-drinking-hot-water-in-assamese.html

5 comments:

  1. Wah, ডাক্তৰো হলি? 2nd Pankaj Pathak... এবাৰ Human anatomy aru physiology পঢ়ি আহিলে ভাল হয়।

    ReplyDelete
  2. See https://youtu.be/hl0_ivBPSks

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close