অসম চৰকাৰৰ নিযুক্তি । মুকলি গাঁওবুঢ়াৰ পদ । অৰ্হতা- দশম মান । কিদৰে কৰিব আবেদন চাওক । Gaon Burah Jobs in Assam Sonitpur - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, September 30, 2020

অসম চৰকাৰৰ নিযুক্তি । মুকলি গাঁওবুঢ়াৰ পদ । অৰ্হতা- দশম মান । কিদৰে কৰিব আবেদন চাওক । Gaon Burah Jobs in Assam Sonitpur

শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ে এক নিয়োগ বিজ্ঞাপন মুকলি কৰি গাঁওবুঢ়াৰ নিযুক্তিৰ প্ৰক্ৰিয়া ঘোষণা কৰিছে । কত কিদৰে কেনেকৈ আবেদন জনাব পাৰিব সকলোবোৰ আমি আজি জনাম । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ।
Gaon bura Jobs in Assam

আবেদন প্ৰক্ৰিয়া -

অনলাইন 

খালী পদৰ নাম

গাঁওবুঢ়া । (Tezpur-06, Dhekiajuli-07, Thelamara-02, Chariduar-08, Naduar-06)

খালী পদ -

২৯ টা । 

শিক্ষাগত অৰ্হতা

মেট্ৰিক পাছ ।  

অন্যান্য অৰ্হতা

অন্যান্য কিছু যেনে আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হব নোৱাৰিব, শাৰিৰীক ভাৱে সক্ষম হব লাগিব আদি অৰ্হতা থাকিব লাগিব যিসমূহ চৰকাৰী ভাৱে প্ৰকাশ কৰা বিজ্ঞাপনত দিয়া হৈছে ।  বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল'বলৈ অনুৰোধ জনালোঁ । 

দৰমহা

৬৫০০ টকা । 

বয়স

২৫ৰ পৰা ৬৫ বছৰলৈ ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদনৰ আৰম্ভণী

১ অক্টোৱৰ, ২০২০ ।

অনলাইন আবেদনৰ অন্তিম দিন

২ নৱেম্বৰ, ২০২০ ।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close