জল জীৱন মিছন, অসমত মুকলি ৮৪ টা পদ । কিদৰে কৰিব আবেদন চাওক । Jal Jeevan Mission, Assam Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, September 30, 2020

জল জীৱন মিছন, অসমত মুকলি ৮৪ টা পদ । কিদৰে কৰিব আবেদন চাওক । Jal Jeevan Mission, Assam Jobs 2020

শেহতীয়াকৈ Jal Jeevan Mission, Assam য়ে অসমৰ বিভিন্ন জিলাৰ বাবে ৮৪ টা পদত চাকৰি.ৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । কত কিদৰে আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।
Jal Jivan Assam Jobs 2020

আবেদন প্ৰক্ৰিয়া

অনলাইন 

খালী পদৰ নাম

Technical Officer- II  

খালী পদৰ সংখ্যা

84 

বয়স

৩৫ বছৰ লৈকে । 

দৰমহা-

Rs.25,000/- 

শিক্ষাগত অৰ্হতা-  

ক) 3–YEAR Full-time Diploma in CIVIL ENGINEERING from a recognized University/Institution with minimum 55% marks. 

অন্যান্য

  • Relevant knowledge in areas of community driven rural/urban development projects  (Water supply, Roads, Buildings, sanitation and other relevant areas)
  • Computer Knowledge in MS office/OS and Internet.
  • Willing to work in complex, multi stakeholder and fast moving environment.
  • Willing to work under pressure, respecting strict deadlines and multi-tasking.
  • Knowledge of Assamese, English, Hindi & other local language(s).
  • Good social, analytical, communication, inter-personal and planning skills.
  • Self-motivated and possessing ability to work independently as well as in teams.
  • Willing to travel extensively within and outside the state. 

লগতে পঢ়ক - অসম চৰকাৰৰ নিযুক্তি । মুকলি গাঁওবুঢ়াৰ ২৯ টা পদ । অৰ্হতা- দশম মান ।

কিদৰে আবেদন কৰিব 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/jal-jeevan-mission-assam-jobs-2020.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close