ঘৰুৱা চিলিণ্ডাৰৰ ৰং ৰঙা কিয় ৰখা হয়? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, July 3, 2018

ঘৰুৱা চিলিণ্ডাৰৰ ৰং ৰঙা কিয় ৰখা হয়?

আমি সদায় ঘৰত ব্যৱহাৰ কৰি অহা চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আপুনি কেতিয়াবা ভাবিছে নে? আজি আমি চিলিণ্ডাৰৰ ৰং ৰঙা হোৱাৰ কাৰণ জনাম ।

এইটো কাৰণত ৰঙা হয় চিলিণ্ডাৰ:

আচলতে চিলিণ্ডাৰৰ ৰঙা ৰংৰ লগত বিজ্ঞান জড়িত হৈ আছে । আপুনি আকৌ ভাবিব পাৰে ইয়াত বিজ্ঞান কৰ পৰা আহিল? আচলতে বিজ্ঞানৰ সাংকেতিক ভাষা বুজাবলৈ ৰংৰ ব্যৱহাৰ  কৰা হয় ।
চিলিণ্ডাৰত এলপিজি গেছ ব্যৱহাৰ কৰা হয় যি এটা জ্বলনশীল গেছ হয় আৰু ৰঙা চিহ্নৰ দ্বাৰা সতৰ্কবাণী বুজোৱা হয় ।
ৰঙাৰ জড়িয়তে বুজোৱা হয় যে ভিতৰত জ্বলনশীল গেছ আছে আৰু সতৰ্কবাণী দিয়া হয় ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close