ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আমচুৰ অভিযোগত গ্ৰেপ্তাৰ হল কংগ্ৰেছ নেত্ৰী - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, July 3, 2018

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আমচুৰ অভিযোগত গ্ৰেপ্তাৰ হল কংগ্ৰেছ নেত্ৰী

শোণিতপুৰ জিলা কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ফেচবুকত লিখি গ্ৰেপ্তাৰ হব লগীয় হয় ।


ল্লেখযোগ যে জনৈক কলিতা উপাধিৰ মহিলাগৰাকী ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দক মন্দিৰৰ ৰত্ন সিংহাসনৰ কাষ চাপিব নিদিয়াৰ বাবে সমালোচনাৰ কৰা লগতে এটা বিশেষ সম্প্ৰদায়ৰ পৰ্দা প্ৰথাকে ধৰি মহিলাক সন্তান জন্ম দিয়া মেচিন হিচাপে ব্যৱহাৰ কৰা বুলি ফেচবুকত আপডেট দিয়ে ।

ইয়াৰ পিছতেই আমচুয়ে দিয়া এজাহাৰৰ ভিত্তিত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । ইফালে মহিলাগৰাকীৰ সমৰ্থনত নামি পৰিছে বিশিষ্ট সাংবাদিক জমছেৰ আলীকে ধৰি আন কিছুমান ফেচবুক ইউজাৰ । মহিলাগৰাকীৰ সপেক্ষে কোনে কি কলে তলত দাঙি ধৰা হল ।




No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close