জলসিঞ্চন বিভাগৰ ৰিজাল্ট ঘোষণা । ইয়াত ক্লিক কৰি চেক কৰক আাপোনাৰ ৰিজাল্ট । Section Assistant , Irrigation Department ,Assam Result 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, October 12, 2020

জলসিঞ্চন বিভাগৰ ৰিজাল্ট ঘোষণা । ইয়াত ক্লিক কৰি চেক কৰক আাপোনাৰ ৰিজাল্ট । Section Assistant , Irrigation Department ,Assam Result 2020

Section Assitant , Irrigation Department ,Assam Result 2020 

যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে । কিদৰে চেক কৰিব আপোনাৰ ৰিজাল্ট চাওক ।
Section Assistant  Irrigation Department Assam Result 2020

ৰিজাল্ট কিদৰে চাব | How to check result of Section Assistant Irrigation Department Assam 2020   

  1. পোষ্টৰ নাম: শাখা সহায়ক
  2. পোষ্টৰ সংখ্যা: 397
  3. নিয়োগ কৰ্তৃপক্ষ: জলসিঞ্চন বিভাগ, অসম
  4. পৰীক্ষাৰ তাৰিখ: ১ম আৰু ২ ফেব্ৰুৱাৰী ২০২০
  5. ফলাফলৰ তাৰিখ: 12 অক্টোবৰ 2020

ফলাফল চাবলৈ পোনপ্ৰথমে আপোনাৰ এডমিটত আপোনাৰ ৰোল নং টো বিচাৰি লওক । পাছত তলত দিয়া লিংকত ক্লিক কৰি ৰিজাল্টত আপোনাৰ ৰোল নং টো বিচাৰক । যদি আপোনাৰ নম্বৰ আছে তেন্তে অভিনন্দন, আপুনি Section Assistant পৰীক্ষাত উৰ্ত্তীণ হৈছে আৰু আপোনাৰ চাকৰি নিশ্চিত ।

ৰিজাল্ট চাবলৈ - ইয়াত ক্লিক কৰক

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close