Himanta About SI exam Scam Scam
এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মনকৰিবলগীয়া যে এই ক্ষেত্ৰত সাঙোৰ খাই পৰিছে প্ৰাক্তন আৰক্ষীকে ধৰি বিজেপি নেতাৰ নাম ।

ইফালে প্ৰশ্ন কাকত ফাদিলৰ নৈতিক দায়িত্ব লৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয় ‘১৫ নবেম্বৰৰ ভিতৰত এছ আইৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইমান সুন্দৰকৈ পৰীক্ষা অনুষ্ঠিত হ’ব যে সৰু বস্তু এটাও সোমাব নোৱাৰিব।' তাৎপয্যপূৰ্ণভাৱে, বক্ৰ পথৰে চাকৰি লোৱা সকলোৱে চাকৰি হেৰুৱাব বুলি তেওঁ ঘোষণা কৰে। তেওঁ কয় ‘প্ৰয়োজন সাপেক্ষে চাকৰি কৰি থকা মানুহৰো চাকৰি যাব। যদি বক্ৰ পথৰে চাকৰি লৈছে তেনে নিযুক্তি পোৱাসকলৰো চাকৰি যাব।‘
No comments:
Post a Comment