গোৱালপাৰা সৈনিক স্কুলত মুকলি ১৮ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী । কিদৰে কৰিব আবেদন চাওক । GOALPARA SAINIK SCHOOL JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, September 28, 2020

গোৱালপাৰা সৈনিক স্কুলত মুকলি ১৮ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী । কিদৰে কৰিব আবেদন চাওক । GOALPARA SAINIK SCHOOL JOBS 2020

ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত অসমৰ গোৱালপাৰা জিলাত থকা সৈনিক স্কুলত মুকলি হৈছে কেইবাটাও খালী পদ । অতি সহজে আবেদন কৰিব পৰা এই পদসমূহৰ সবিশেষ আমি জনাম আমাৰ এই লিখনিত । 

Sainik School Goalpara job vacancy

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

1. General Employee

খালী পদ - 6 টা (OBC/MOBC: 1 UR: 5)
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছ হলেই আবেদন কৰিব পাৰিব । খাদ্য বনোৱাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 13500/-
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব ।

2. Lab Assistant

খালী পদ - 03 টা (OBC: 1 UR: 1 SC:1)
শিক্ষাগত অৰ্হতা - হায়াৰ ছেকেণ্ডেৰী (বিজ্ঞান) হলেই আবেদন কৰিব পাৰিব বিজ্ঞান শাখাৰ গ্ৰেডুৱেট হলে আৰু Lab Assistantৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/-
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব । 

3. Ward Boy

খালী পদ - 03 টা (OBC: 1 UR: 2)
শিক্ষাগত অৰ্হতা - যিকোনো হায়াৰ ছেকেণ্ডেৰী হলেই আবেদন কৰিব পাৰিব । গ্ৰেডুৱেট হলে আৰু Diploma In Nursingৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/-
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব । 

4. Matron

খালী পদ - 02 টা ( UR:2 )
শিক্ষাগত অৰ্হতা - যিকোনো হায়াৰ ছেকেণ্ডেৰী হলেই আবেদন কৰিব পাৰিব । গ্ৰেডুৱেট হলে আৰু Diploma In Nursingৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/-
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব ।  
 
ইয়াৰ উপৰিও গ্ৰেডুৱেট সকলৰ বাবে TGT Teacher, School Counselor আৰু Art & Craft Teacherৰ পদ খালী আছে । সেইসমূহ পদৰ সবিশেষ অনুগ্ৰহ কৰি তলত দিয়া বিজ্ঞাপনত ক্লিক কৰি জানি লব ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন পত্ৰখন ডাউনলোড কৰি ফিলাআপ কৰি লওক । আবেদন পত্ৰৰ লগতে প্ৰাৰ্থীসকলে নিজৰ ফটো, বায়ডাটা, মাৰ্কছিটৰ জেৰক্স , অন্যান্য শিক্ষাগত অৰ্হতা, জাতিগত অৰ্হতা আদিৰ জেৰক্সৰ সৈতে ৫০০ টকাৰ ডিমান্ড ড্ৰাফট Principal, Sainik School Goalpara payable at SBI, Mornai (Code No- 9148)ৰ নামত কাটি বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১৪ দিনৰ ভিতৰত পোৱাকৈ সৈনিক স্কুল, গোৱালপাৰাৰ ঠিকনাত পঠিয়াই দিয়ক ।(বিজ্ঞাপন প্ৰকাশ- ২৬ চেপ্তেম্বৰ, ২০২০ )

অফিচিয়েল বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত 

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close