ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত অসমৰ গোৱালপাৰা জিলাত থকা সৈনিক স্কুলত মুকলি হৈছে কেইবাটাও খালী পদ । অতি সহজে আবেদন কৰিব পৰা এই পদসমূহৰ সবিশেষ আমি জনাম আমাৰ এই লিখনিত ।
আবেদন প্ৰক্ৰিয়া -
অফলাইন ।
1. General Employee
খালী পদ - 6 টা (OBC/MOBC: 1 UR: 5)
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছ হলেই আবেদন কৰিব পাৰিব । খাদ্য বনোৱাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 13500/- ।
বয়স- ২১-৫০ বছৰ ।
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব ।
2. Lab Assistant
আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত
2. Lab Assistant
খালী পদ - 03 টা (OBC: 1 UR: 1 SC:1)
শিক্ষাগত অৰ্হতা - হায়াৰ ছেকেণ্ডেৰী (বিজ্ঞান) হলেই আবেদন কৰিব পাৰিব । বিজ্ঞান শাখাৰ গ্ৰেডুৱেট হলে আৰু Lab Assistantৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/- ।
বয়স- ২১-৫০ বছৰ ।
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব ।
3. Ward Boy
4. Matron
3. Ward Boy
খালী পদ - 03 টা (OBC: 1 UR: 2)
শিক্ষাগত অৰ্হতা - যিকোনো হায়াৰ ছেকেণ্ডেৰী হলেই আবেদন কৰিব পাৰিব । । গ্ৰেডুৱেট হলে আৰু Diploma In Nursingৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/- ।
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব । বয়স- ২১-৫০ বছৰ ।
4. Matron
খালী পদ - 02 টা ( UR:2 )
শিক্ষাগত অৰ্হতা - যিকোনো হায়াৰ ছেকেণ্ডেৰী হলেই আবেদন কৰিব পাৰিব । । গ্ৰেডুৱেট হলে আৰু Diploma In Nursingৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব ।
দৰমহা - Rs. 14000/- ।
বয়স- ২১-৫০ বছৰ ।
সুবিধা - চাকৰি হলে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হব । বয়স- ২১-৫০ বছৰ ।
ইয়াৰ উপৰিও গ্ৰেডুৱেট সকলৰ বাবে TGT Teacher, School Counselor আৰু Art & Craft Teacherৰ পদ খালী আছে । সেইসমূহ পদৰ সবিশেষ অনুগ্ৰহ কৰি তলত দিয়া বিজ্ঞাপনত ক্লিক কৰি জানি লব ।
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন পত্ৰখন ডাউনলোড কৰি ফিলাআপ কৰি লওক । আবেদন পত্ৰৰ লগতে প্ৰাৰ্থীসকলে নিজৰ ফটো, বায়ডাটা, মাৰ্কছিটৰ জেৰক্স , অন্যান্য শিক্ষাগত অৰ্হতা, জাতিগত অৰ্হতা আদিৰ জেৰক্সৰ সৈতে ৫০০ টকাৰ ডিমান্ড ড্ৰাফট Principal, Sainik School Goalpara payable at SBI, Mornai (Code No- 9148)ৰ নামত কাটি বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১৪ দিনৰ ভিতৰত পোৱাকৈ সৈনিক স্কুল, গোৱালপাৰাৰ ঠিকনাত পঠিয়াই দিয়ক ।(বিজ্ঞাপন প্ৰকাশ- ২৬ চেপ্তেম্বৰ, ২০২০ )
No comments:
Post a Comment