ডিচি অফিচত ওলাইছে চাকৰি । খালী পিয়ন, চকিদাৰ আদি ১০ টা পদ । DC OFFICE JOBS IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, September 27, 2020

ডিচি অফিচত ওলাইছে চাকৰি । খালী পিয়ন, চকিদাৰ আদি ১০ টা পদ । DC OFFICE JOBS IN ASSAM 2020

শেহতীয়াকৈ অসম চৰকাৰৰ অধীনত এখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে চতুৰ্থ বৰ্গৰ কেইবাটাও খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন । 


1.পিয়ন

খালী পদ - ৩ টা (OBC/MOBC: 1, EWS: 1, UR: 1)
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/-
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

2.ড্ৰাইভাৰ

খালী পদ - ১ টা । (OPEN)
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছৰ পৰা ।
দৰমহা - Rs. 12000-60500/- + G.P. Rs. 5200/-
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

3.চকিদাৰ

খালী পদ - ২ টা । (OBC/MOBC: 1, EWS: 1)
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/-  
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

4.জাৰিকাৰক

খালী পদ - ৪ টা । (EWS: 4)
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 4400/-
বয়স- ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

চাকৰিৰ স্থান

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব ।  অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ ছেলফ এটাছ কৰি তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত নিজৰ পাছপৰ্ট ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব ।ইচ্ছুক প্ৰাৰ্থীয়ে পোনপোটিয়াকৈ  Room No. 9, Deputy Commissioner, Nalbari ত জমা দিব পাৰে । প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে তলত দিয়া লিংকত গৈ বিজ্ঞাপন পঢ়িবলৈ অনুৰোধ জনালো ।
  1. শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ
  2. বয়সৰ প্ৰমাণপত্ৰ
  3. স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ।
  4. এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
  5. জাতিগত প্ৰমাণপত্ৰ(যদি আছে)
  6. আবেদন পত্ৰত চহীৰ নমুনা ।

ঠিকনা

THE DEPUTY COMMISSIONER, NALBARI , OFFICE OF THE DEPUTY COMMISSIONER, NALBARI, PIN: 781335

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here 

আবেদনৰ অন্তিম দিন - ১৪ অক্টোৱৰ , ২০২০   ।

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/dc-office-jobs-in-assam-2020.htm

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close