Directorate of Economics & Statistics Recruitment 2020
শেহতীয়াকৈ অসম চৰকাৰৰ অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি হৈছে কেইবাটাও পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আলোচনা কৰিম । জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব । সম্পূৰ্ণ লিখনি পঢ়িবলৈ নাপাহৰিব ।
আবেদন প্ৰক্ৰিয়া -
অনলাইন
1.ফিল্ড এছিছটেন্ট
খালী পদ : ৫৫ টা
শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ । লগতে কম্পিউটাৰৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৫৬০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।
লগতে পঢ়ক - ডিচি অফিচত ওলাইছে চাকৰি । খালী পিয়ন, চকিদাৰ আদি ১০ টা পদ
2.প্ৰাইমাৰী ইনভেছটিগেটৰ/ কোমপুটৰ
খালী পদ : ৩০ টা।
শিক্ষাগত অৰ্হতা : Mathematics/ Statistics সহ হায়াৰ ছেকেণ্ডেৰী পাছ । ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।
লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।
3.জুনিয়ৰ এছিছটেন্ট(Hqrs)
খালী পদ : ১২ টা ।
শিক্ষাগত অৰ্হতা : যিকোনো গ্ৰেডুৱেট । লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট । অসমীয়া আৰু ইংৰাজী ভাষাৰ জ্ঞান থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৬২০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।
4.ছাব ইনচপেক্টৰ অফ ইছটেটিছটিক
খালী পদ : ৩৫ টা ।
শিক্ষাগত অৰ্হতা : Mathematics/ Statistics/ Economics যিকোনো এটা বিষয়সহ যিকোনো গ্ৰেডুৱেট । লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৭৬০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।
5.জুনিয়ৰ আৰটিছ ও ডাৰ্ফটমেন
খালী পদ : ১ টা ।
শিক্ষাগত অৰ্হতা : হায়াৰ ছেকেণ্ডেৰীৰ লগতে ফাইন আৰ্টছৰ ডিপ্লমা/ ছাৰটিফিকেট । অসমীয়া আৰু ইংৰাজী ভাষাৰ জ্ঞান থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৭৪০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
অনলাইন আবেদন আৰম্ভণী-
২৫ চেপ্তে্ম্বৰ, ২০২০
অনলাইন আবেদনৰ অন্তিম দিন-
১৫ অক্টোৱৰ, ২০২০
কি কি ডকুমেন্ট লাগিব -
ইচ্ছুক প্ৰাৰ্থীসকলৰ অনলাইন আবেদনৰ বাবে এমপ্লইমেন্ট একচেঞ্জ কাৰ্ডখনৰ লগতে শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ আাৰু ফটো, চহি আপলোড কৰিব লাগিব ।
No comments:
Post a Comment