অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি ১৩৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছৰ পৰা । Directorate of Economics & Statistics Assam Recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, September 26, 2020

অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি ১৩৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছৰ পৰা । Directorate of Economics & Statistics Assam Recruitment 2020

Directorate of Economics & Statistics Recruitment 2020

শেহতীয়াকৈ অসম চৰকাৰৰ অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত মুকলি হৈছে কেইবাটাও পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আলোচনা কৰিম ।  জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব । সম্পূৰ্ণ লিখনি পঢ়িবলৈ নাপাহৰিব ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন 

1.ফিল্ড এছিছটেন্ট

খালী পদ : ৫৫ টা
শিক্ষাগত অৰ্হতা :  মেট্ৰিক পাছ  । লগতে কম্পিউটাৰৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে  ৫৬০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।

লগতে পঢ়ক - ডিচি অফিচত ওলাইছে চাকৰি । খালী পিয়ন, চকিদাৰ আদি ১০ টা পদ

2.প্ৰাইমাৰী ইনভেছটিগেটৰ/ কোমপুটৰ

খালী পদ : ৩০ টা।
শিক্ষাগত অৰ্হতা :  Mathematics/ Statistics সহ হায়াৰ ছেকেণ্ডেৰী পাছ  । ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে  ৬২০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।

লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।

3.জুনিয়ৰ এছিছটেন্ট(Hqrs)

খালী পদ : ১২ টা ।
শিক্ষাগত অৰ্হতা :  যিকোনো গ্ৰেডুৱেট । লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট । অসমীয়া আৰু ইংৰাজী ভাষাৰ জ্ঞান থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে  ৬২০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।

4.ছাব ইনচপেক্টৰ অফ ইছটেটিছটিক

খালী পদ : ৩৫ টা ।
শিক্ষাগত অৰ্হতা :  Mathematics/ Statistics/ Economics যিকোনো এটা বিষয়সহ যিকোনো গ্ৰেডুৱেট । লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা/ ছাৰটিফিকেট ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে  ৭৬০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) ।

5.জুনিয়ৰ আৰটিছ ও ডাৰ্ফটমেন

খালী পদ : ১ টা ।
শিক্ষাগত অৰ্হতা :  হায়াৰ ছেকেণ্ডেৰীৰ লগতে ফাইন আৰ্টছৰ ডিপ্লমা/ ছাৰটিফিকেট । অসমীয়া আৰু ইংৰাজী ভাষাৰ জ্ঞান থাকিব লাগিব ।
দৰমহা - ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৭৪০০ টকা ।
বয়স : ১৮ ৰ পৰা ৪০ বছৰ ।(এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই) । 

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদন আৰম্ভণী-

২৫ চেপ্তে্ম্বৰ, ২০২০

অনলাইন আবেদনৰ অন্তিম দিন-

১৫ অক্টোৱৰ, ২০২০

কি কি ডকুমেন্ট লাগিব -

ইচ্ছুক প্ৰাৰ্থীসকলৰ অনলাইন আবেদনৰ বাবে এমপ্লইমেন্ট একচেঞ্জ কাৰ্ডখনৰ লগতে শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ আাৰু ফটো, চহি আপলোড কৰিব লাগিব ।  

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক 

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/directorate-of-economics-statistics.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close