আহি গল DTEৰ গ্ৰেড ফৰ আৰু গ্ৰেড থ্ৰীৰ এডমিট কাৰ্ড । Download DTE Admit Card for Grade 3 and Grade 4 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, September 25, 2020

আহি গল DTEৰ গ্ৰেড ফৰ আৰু গ্ৰেড থ্ৰীৰ এডমিট কাৰ্ড । Download DTE Admit Card for Grade 3 and Grade 4

Download DTE Admit Card 2020

কিছুদিন আগতে হৈ যোৱা Director of Technical Education (DTE), AssamGrade-lV আৰু Grade-III  ৰ বিভিন্ন পদ যেনে Assistant Professor/ Lecturer (Technical & Non-Technical) and supporting staff (Scientific Assistant/ Senior Instructor/ Junior Instructor), Junior Assistant আদিৰ আবেদন প্ৰক্ৰিয়া শেষ হৈছিল । শেহতীয়াকৈ মুকলি হৈছে তাৰেই এডমিট । 

Download DTE admit card 2020

পৰীক্ষাৰ্থীসকলে নিজ নিজ এডমিট তলত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি নিজ নিজ পৰীক্ষা কেন্দ্ৰত গৈ ইন্টাৰভিউৰ বাবে প্ৰস্তুতি চলাব পাৰে ।

কিদৰে ডাউনলোড কৰিব এডমিট

a) Scroll কৰক আৰু একেবাৰে শেষত থকা দৰকাৰী লিংক শিতানত যাওক ।
b) Download Admit Card লিংকত ক্লিক কৰক ।
c) Application no. আৰু Date of birth টাইপ কৰক ।
d) Download লিংকত ক্লিক কৰক ।
e) এইদৰে আপোনাৰ এডিমট কাৰ্ডখন উলাই পৰিব আৰু প্ৰিন্ট কৰি পৰীক্ষা কেন্দ্ৰলৈ লৈ যাব । 

বিশেষ ঘোষণা

অহা ২৭/০৯/২০২০ আৰু ০৪/১০/২০২০ তাৰিখত হব লগা কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ পৰীক্ষা অনিদিষ্ট কাললৈ স্থগিত ৰখা হৈছে। 

দৰকাৰী লিংক

ডাউনলোড Admit Card:  ইয়াত ক্লিক কৰক [Faculty, Scientific Assistant & Instructor]
ডাউনলোড Admit Card:  ইয়াত ক্লিক কৰক ।  [Junior Assistant & Grade-IV]

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close