ডিচি অফিচত মুকলি চতুৰ্থ বৰ্গৰ চাকৰি । অৰ্হতা অষ্টম মানৰ । এইদৰে কৰক আবেদন । DC OFFICE JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, September 24, 2020

ডিচি অফিচত মুকলি চতুৰ্থ বৰ্গৰ চাকৰি । অৰ্হতা অষ্টম মানৰ । এইদৰে কৰক আবেদন । DC OFFICE JOBS 2020

শেহতীয়াকৈ অসমৰ ধুবুৰী জিলাৰ ডিচি অফিচত মুকলি হৈছে চতুৰ্থ বৰ্গৰ কেইবাটাও খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন । 
 
Dhubri DC Office Jobs

1.পিয়ন

খালী পদ - ৬ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/-
বয়স- ১৮ ৰ পৰা ৩৮ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

2.প্ৰচেছ ছাৰভাৰাৰ

খালী পদ - ৪ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 4400/-
বয়স- ১৮ ৰ পৰা ৩৮ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

3.ড্ৰাইভাৰ

খালী পদ - ১  টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা । আৰু এলএমভি ড্ৰাইভিং লাইচেন্সী ।
দৰমহা - Rs. 12000-60500/- + G.P. Rs. 5200/-
বয়স- ১৮ ৰ পৰা ৩৮ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

4.ৰান্ধনী

খালী পদ - ১  টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা । আৰু এলএমভি ড্ৰাইভিং লাইচেন্সী ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/-
বয়স- ১৮ ৰ পৰা ৩৮ বছৰ ।  (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

চাকৰিৰ স্থান

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব ।  অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ ছেলফ এটাছ কৰি তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি লগতে ৫চেমি X ১১ চেমিৰ এখন নিজা ঠিকনা থকা খামৰ সৈতে ৫ টকীয়া পষ্টেল ষ্টাপ লগাই প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব ।ইচ্ছুক প্ৰাৰ্থীয়ে পোনপোটিয়াকৈ PFC CELL, Ground Floor, Deputy commissioner Office, Dhubri ত জমা দিব পাৰে । প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে তলত দিয়া লিংকত গৈ বিজ্ঞাপন পঢ়িবলৈ অনুৰোধ জনালো ।
  1. শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ 
  2. বয়সৰ প্ৰমাণপত্ৰ
  3. এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
  4. জাতিগত প্ৰমাণপত্ৰ(যদি আছে)। 

ঠিকনা

Deputy Commissioner Office P.O. - Dhubri PIN - 783301 Assam.

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here |  Click Here | Click Here

আবেদনৰ অন্তিম দিন - ৬ অক্টোৱৰ, ২০২০   ।

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/dc-office-jobs-2020.html

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close