শেহতীয়াকৈ অসমৰ ধুবুৰী জিলাৰ ডিচি অফিচত মুকলি হৈছে চতুৰ্থ বৰ্গৰ কেইবাটাও খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া -
অফলাইন ।
1.পিয়ন
খালী পদ - ৬ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/- বয়স- ১৮ ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
2.প্ৰচেছ ছাৰভাৰাৰ
খালী পদ - ৪ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 4400/- বয়স- ১৮ ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
3.ড্ৰাইভাৰ
খালী পদ - ১ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা । আৰু এলএমভি ড্ৰাইভিং লাইচেন্সী ।
দৰমহা - Rs. 12000-60500/- + G.P. Rs. 5200/- বয়স- ১৮ ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
4.ৰান্ধনী
খালী পদ - ১ টা
শিক্ষাগত অৰ্হতা - অষ্টম মানৰ পাছৰ পৰা । আৰু এলএমভি ড্ৰাইভিং লাইচেন্সী ।
দৰমহা - Rs. 12000-52000/- + G.P. Rs. 3900/- বয়স- ১৮ ৰ পৰা ৩৮ বছৰ । (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)
চাকৰিৰ স্থান -
জিলা উপায়ুক্ত কাৰ্যালয়, ধুবুৰী ।
লগতে পঢ়ক- কিদৰে সকলো Studentয়ে লাভ কৰিব পাৰিব MLA Scholarship Assam 2020 ? সকলো প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ ।
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব । অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ ছেলফ এটাছ কৰি তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি লগতে ৫চেমি X ১১ চেমিৰ এখন নিজা ঠিকনা থকা খামৰ সৈতে ৫ টকীয়া পষ্টেল ষ্টাপ লগাই প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব ।ইচ্ছুক প্ৰাৰ্থীয়ে পোনপোটিয়াকৈ PFC CELL, Ground Floor, Deputy commissioner Office, Dhubri ত জমা দিব পাৰে । প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে তলত দিয়া লিংকত গৈ বিজ্ঞাপন পঢ়িবলৈ অনুৰোধ জনালো ।
- শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ
- বয়সৰ প্ৰমাণপত্ৰ
- এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
- জাতিগত প্ৰমাণপত্ৰ(যদি আছে)।
Ok
ReplyDeleteI'm interested
Delete